Class 12 Political Science MCQs Answer Chapter 2 | দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি

 ১। ‘ভাৰত ৰাছিয়া কূটকৌশল’ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) ১৯৯৯ চনত

(খ) ২০০৩ চনত

(গ) ২০০১ চনত

উত্তৰঃ (গ) ২০০১ চনত

২। WARSAW চুক্তি কেতিয়া সম্পাদিত হৈছিল?

(ক) ১৯৯১ চনত

(খ) ১৯৫৫ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ) ১৯৫৫

৩।ছোভিয়েট্ ইউনিয়ন ভংগ হৈ কিমানখন ৰাষ্টৰ সূষ্টি হৈছি?

(ক) ১১ খন

(খ) ১৮ খন

(গ) ১৫ খন

উত্তৰঃ (খ) ১৮ খন

৪। কেতিয়া পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি স্বক্ষৰিত হৈছিল?

(ক) ১৯৬৮ চনত ১ জুলাইত

(খ) ১৯৬৮ চনত ১৮ জুলাই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৯৬৮ চনত ১ জুলাইত

৫। বাৰ্লিন দেৱল কেতিয়া ভংগ কৰা হৈছিল?

(ক) ১৯৮৯ চনত

(খ) ১৯৭৯ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৯৮৯ চনত

৬। ইজবেকিস্তানৰ ৰাষ্ট্ৰপতি কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল?

(ক) ১০ বছৰৰ বাবে

(খ) ২০ বছৰৰ বাবে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১০ বছৰৰ বাবে

৭।মধ্য এছিয়া তাজিকিস্তানত কিমান বছৰ ধৰি চনলৈকে গৃহযুদ্ধ চলিছিল?

(ক) ১০ বছৰ ধৰি

(খ) ১৫ বছৰ ধৰি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১০ বছৰ ধৰি

৮। উজবেকিস্তান আদি ৰাষ্ট্ৰত ৰাষ্টপতিজনক কিমান বছৰ বাবে ক্ষমাতাত নিয়োগ কৰা হয়? 

(ক) ১০ বছৰ

(খ) ১১ বছৰ

(গ) ১৫ বছৰ

উত্তৰঃ (ক) ১০ বছৰ

৯। ৰাছিয়াই প্ৰায় কিমান খনৰো অধিক দ্ধি-পাক্ষীক চুক্তিত স্বাক্ষাৰ কৰিছে?

(ক) ৭০

(খ) ৯০

(গ) ৮০

উত্তৰঃ (গ) ৮০

১০। ছোভিয়েট ইউনিয়নৰ কিমান খন প্ৰজান্ত্ৰৰ ভিতৰত লিথুয়েনিয়াক প্ৰথমে স্বাধীন ৰাষ্ট্ৰ?

(ক) ১৫ খন

(খ) ১২ খন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৫ খন