Class 12 Political Science MCQs Answer Chapter 3 | বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য

১। আমেৰিকা যুক্তৰাষ্টৰ একক আধিপত্য কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৯৯১ চনৰ

(খ) ১৪৪১ চনৰ

(গ) ২০০১ চনৰ

উত্তৰঃ (ক) ১৯৯১ চনৰ

২। ২০০৩ চনত ইয়াকৰ ওপৰত আক্ৰমণৰ সময়ত ইৰাক ৰাষ্ট্ৰপতি কোন আছিল?

(ক) আবদোল কালাম

(খ) ছাদ্দাম হুছেইন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ছাদ্দাম হুছেইন

৩। গোলকীয়া ৰাজহুৱা সামগ্ৰীৰ এটা উদাহৰণ দিয়া?

(ক) গাড়ী

(খ) ইন্টাৰনেট

(গ) মতৰ

উত্তৰঃ (খ) ইন্টাৰনেট

৪। ইৰাকী স্বতন্ত্ৰতা অভিমান কোন চনত হৈছিল?

(ক) ২০০১ চনত

(খ) ২০০৫ চনত

(গ) ২০০৩ চনত

উত্তৰঃ (গ) ২০০৩ চনত

৫। Bretton wood System কোনে প্ৰতিষ্টা কৰিছিল?

(ক) ইউৰোপ

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আমেৰিকা যুক্তৰাষ্ট্ৰই

৬। প্ৰথম উপসাগৰীয় যুদ্ধত কিমানখন ৰাষ্ট্ৰৰ  অংশগ্ৰহণ কৰিছে?

(ক) ৩২ খন

(খ) ৩৫ খন

(গ) ৩৪ খন

উত্তৰঃ (গ) ৩৪ খন

৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষংতাৰ ওপৰত থকা এটা হেঁচা ব চাপ  উল্লেখ কৰা?

(ক) বাতৰি কাকত

(খ) সংবাদ মাধ্যম

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) সংবাদ মাধ্যম

৮। আধিপত্য এটা উদাহৰণ  দিয়া?

(ক) ক্ষেত্ৰত

(খ) কাৰণ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ক্ষেত্ৰত

৯। আফগানিস্তানতল ‘দীৰ্ঘস্থায়ী স্বতন্ত্ৰতা অভিযান’ কিমান চনত  আৰম্ভ হৈছিল?

(ক) ২০০৫চনত

(খ) ২০০১ চনত

(গ) ২০০৩চনত

উত্তৰঃ (খ) ২০০১ চনত

১০। কিমান চনত মাৰ্কিন নৌসেনাই অল-কাইডেনক পাকিস্তানৰ ওবাটাবগদত হত্যা কৰে?

(ক) ২০০১ চনত

(খ) ২০১২ চনত

(গ) ২০১১ চনত

উত্তৰঃ (গ) ২০১১ চনত