Class 4 Assamese Book Lesson 1 মোৰ দেশ ভাল Question Answer SCERT School

উত্তৰ দিয়া-

ক) কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা  দেশ বা ৰাজ্যখনৰ নাম কি।

উত্তৰ-

খ) ক’ত আছে এনে মাটি সৰগ- ফুলনি 

   ক’ত আছে  এনে আই সোণৰ – গোসাঁনী

– পদ্যছোৱাত ঠাই আৰু আইক কিহৰ লগত তুলনা কৰিছে।

উত্তৰ-

গ) পদ্য়টিত কবিয়ে কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা।

উত্তৰ-

নামৰ তালিকা কৰা।

(ক) ‘ক’ত আছে এনে ফুল ফুলে বাৰমাহ’

বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা।

উত্তৰ-

(খ) ‘ ক’ত আছে এনে ধান এই ধৰণীত ‘

কেইবিধ ধানৰ নাম লিখা 

উত্তৰ-

তলৰ পদ্যকেইফাকি গদ্যৰূপত লিখা।

ক) ক’ত আছে এনে মাটি সোণৰ চপৰা 

      ক’ত আছে এনে  পানী সুধাৰ নিজৰা

উত্তৰ-

খ) ভাই – ভনী মিলি য’ত থাকোঁ চিৰকাল

     সকলো দেশত কৰি মোৰ দেশ ভাল।

উত্তৰ-

সকলােতকৈ, সবাতােকৈ , আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূর্ণ কৰা। 

ক) ভাৰতৰ নদীবােৰৰ ভিতৰত গংগা__________দীঘল আৰু ব্ৰহ্মপুত্র _________  বহল।

উত্তৰ-

খ) মাজুলী পৃথিৱীৰ ভিতৰত __________ ডাঙৰ নদীৰ দ্ৱীপ।

উত্তৰ-

গ) কাজিৰঙাৰ জীৱ- জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় __________ আপুৰুগীয়া।

উত্তৰ-

ঘ) আনৰ বস্তু প্ৰতি লোভ ___________ বেয়া গুণ।

উত্তৰ-

আঁচটনা ঠাইত ‘-তকৈ’ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া ।

অসমৰ আটাই………… দীঘল নদ ব্ৰহ্মপুত্ৰ ।

উত্তৰ-

মাজুলী আটাই………… ডাঙৰ নদী-দ্বীপ ।

উত্তৰ-

মাউণ্ট এভাৰেষ্ট সকলো………… ওখ শৃংগ।

উত্তৰ-

শব্দৰ খেল খেলো আহাঁঃ

উত্তৰ-

শব্দ গঠন কৰা

উত্তৰ-

তলৰ বাক্য়াংশৰ লগত খাপখোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা ।

চিৰদিন নমস্কাৰ কৰিবলগীয়া

উত্তৰ-

মাহ খেতিয়ে জুৰি থকা ঠাই

উত্তৰ-

চিৰদিন মনত ৰাখিবলগীয়া

উত্তৰ-

বাঁহ গছেৰে ভৰি থকা ঠাই

উত্তৰ-

বাক্য ৰচনা কৰা ।

অমাতৰ মাত:……………………………………………………………………………………

উত্তৰ-

উলাহ:…………………………………………………………………………………………….

উত্তৰ-

চিৰকাল:……………………………………………………………………………………….

উত্তৰ-