Class 4 Assamese Book Lesson 2 মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল Question Answer SCERT School

উত্তৰ দিয়াঃ

১। কামলাং নৈ খন কোন প্রদেশত আছে?

উত্তৰ-

২। কামলাং নৈত মাছ মাৰিবলৈ যােৱা ডেকাজনৰ নাম কি?

উত্তৰ-

৩। কোৱানছাই কামলাঙৰ পানীত কি পাতি থৈছিল?

উত্তৰ-

৪। ডাঙৰ মাছটো কোৱানছাই ক’ত জীয়াই থৈছিল ?

উত্তৰ-

৫। কোৱান্ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিলে ? 

উত্তৰ-

৬। তাঁত-শালখন মেলি খট্খটাই কোনে কাপােৰ বৈছিল ?

উত্তৰ-

কোনে কাক কৈছিল লিখা।

ক) তই কোন? ক’ৰ পৰা আহিছ? কেনেকৈ কাপােৰ ববলৈ শিকিলি? ফুলবােৰৰ এই নমুনাবােৰ ক’ত পালি?

উত্তৰ-

খ) ‘পৃথিৱীৰ উপকাৰ হ’ল । আদি মানৱী নিম্কেৰ মনােবাঞ্ছাও পূর্ণ হ’ল।’

উত্তৰ-

তলৰ প্ৰবচনফাকিৰ ভাব বহলাই লিখা।

‘ ৰাইজে নখ জোকাৰিলে লৈ বয়।’

উত্তৰ-

বাক্য ৰচনা কৰা

ঘাট- মাউৰা– ________________________________________________

উত্তৰ-

চুকে -কোণে– ________________________________________________

উত্তৰ-

গছ- গছনি– ________________________________________________

উত্তৰ-

লুকা- ভাকু– ________________________________________________

উত্তৰ-

পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা।

উত্তৰ-

বাক্য়কেইটা প্ৰশ্নবোধক বাক্য়লৈ নিয়া।

মই হামব্রু ফৈদৰ জীয়াৰী

উত্তৰ-

মােৰ ঘৰ কামলাঙত

উত্তৰ-

মই বজাৰৰ পৰা আহিছো

উত্তৰ-

মই সাধু শুনি ভাল পাওঁ

উত্তৰ-

কোৱান্ছাই মাছ মাৰি ভাল পায়

উত্তৰ-

তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা ।

বুঢ়া-

উত্তৰ-

নিৰানন্দ-

উত্তৰ-

শেষ-

উত্তৰ-

খালী-

উত্তৰ-

জপাই-

উত্তৰ-

পাতে, মাৰে, বায় আদি শব্দ বোৰ আমি মাছধৰা সজুঁলিৰ লগত ব্য়ৱহাৰ কৰোঁ ।এই শব্দবোৰ অন্য় শব্দৰ লগত ব্য়বহাৰ কৰিও বাক্য় গঠন কৰা হয় । তেনেধৰনৰ বাক্য় লিখোঁ আহা ।

(ক) জাল পাতে।

       চেপা পতে।     

দৈ  পাতে।

থাপনা পাতে।

………পাতে।

………পাতে।

উত্তৰ-

(খ) জাল মাৰে।

       পল মাৰে।

      বঠা মাৰে।

দলি মাৰে।

……….মাৰে।

………মাৰে।

.উত্তৰ-

(গ) জাকৈ বায়।

      জুলুকি বায়।

     ঢোল বায়।

হাল বায়।

………বায়।

………বায়।

উত্তৰ-

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সাজ-পোছাকৰ নাম সংগ্ৰহ লিখা।

উত্তৰ-

বিভিন্ন পৰিস্থিতি অনুসৰি কোনে কি পোছাক পৰিধান কৰিছে ছবি চাই কোৱা আৰু লিখা।

উত্তৰ-

উত্তৰ-

উত্তৰ-

উত্তৰ-

উত্তৰ-

উত্তৰ-