Class 4 Assamese Book Lesson 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা Question Answer SCERT School

অনুশীলনী

(ক) ‘ বিলতে হালিছে ধুনীয়া পদুমী ’ .. গীতটি কাৰ ৰচনা?

উত্তৰ-

(গ) তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটিয়সীগৰাকীৰ নাম কি? 

উত্তৰ-

(ঘ) বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সােণৰ পদক লাভ কৰিছিল?

উত্তৰ-

(ঙ) সােণৰ পদকটো তেখেতে কাৰ পৰা লাভ কৰিছিল ?

উত্তৰ-

(চ) তেখেতে কি কি উপাধি লাভ কৰিছিল ?

উত্তৰ-

(ছ) কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কেইবিধ নৃত্য প্রদর্শন কৰিছিল ?

উত্তৰ-

(জ) “ বিষ্ণু ৰাভা দিৱস ’ কোন তাৰিখে পালন কৰা হয় ?

উত্তৰ-

(ঝ) তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি ?

উত্তৰ-

শব্দবােৰৰ অৰ্থ শব্দ – সম্ভাৰৰ পৰা বিচাৰি লিখা।

শব্দ অৰ্থ

সংস্কৃতি:

প্ৰতিভাসম্পন্ন:

অনুপ্ৰাণিত:

সুনিপুণ:

সুদক্ষ:

প্ৰেৰণা:

অন্যতম:

ভূয়সী:

উত্তৰ-

কোনে, কাক কি প্ৰসংগত কৈছিল লিখা।

‘ভাৰতৰ অ’ত ত’ত থকা শিলৰ মূৰ্তিৰ ভংগিমাবোৰেই নূত্য়ৰ উৎস। ‘

উত্তৰ-

শব্দ গঠন কৰাঃ

পাঠটোৰ পৰা লিখাঃ

উত্তৰ-

বিষ্ণুপ্ৰসাদ ৰাভাই বজাব জনা বাদ্য়সমূহৰ নাম লিখা।

উত্তৰ-

তলৰ বাক্য়বোৰত থকা বিশেষ্য় পদত আঁচ টানি দেখুওৱা।

(ক) মুকুট ডিব্ৰুগড়লৈ যাব।

(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্ৰিয় পাত্ৰ।

উত্তৰ-

(গ) ৰমেন বৰ চঞ্চল।

উত্তৰ-

(ঘ) গাই-গৰুৱে গাখীৰ দিয়ে।

উত্তৰ-

(ঙ) শৰৎ কালত শেৱালি ফুলে।

উত্তৰ-

শব্দ গঠন কৰা।

গীত-

নাটক-

সুৰ-

প্ৰবন্ধ-

নিবন্ধ-

উত্তৰ-

কাক কি উপাধিৰে জনা যায় আঁচ টানি মিলোৱা

উত্তৰ-

কোনে ৰচনা কৰিছিল।

ক) বৰগীত-…………………………………………………

উত্তৰ-

খ) বিষ্ণু ৰাভা সংগীত-…………………………………………………

উত্তৰ-

গ) জ্যোতি সংগীত-…………………………………………………

উত্তৰ-

ঘ) ভূপেন্দ্ৰ সংগীত-…………………………………………………

উত্তৰ-

ঙ) ৰবীন্দ্ৰ সংগীত-…………………………………………………

উত্তৰ-