Class 4 Assamese Book Lesson 4 লঘোন Question Answer SCERT School

উত্তৰ দিয়া।

ক) লঘোন পদ্যটো ৰচনা কৰা লেখক জনৰ নাম কি।

উত্তৰ-

খ) লঘোন শব্দৰ অৰ্থ কি।

উত্তৰ-

গ) পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে ?

উত্তৰ-

লঘোন পদ্য়টিৰ  ভিত্তিত ক-অংশৰ লগত খ-অংশৰ কথাখিনি মিলাই লিখা।

উত্তৰ-

‘লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্য়টোৰ কথাখিনিৰ লগত মিলিছেনে ? যদি মিলা নাই , কিয় মিলা নাই লিখা।

উত্তৰ-

চমু টোকা লিখাঃ

(ক) মালভোগ কলঃ

উত্তৰ-

(খ) গাখীৰৰ সৰঃ

উত্তৰ-

(গ) আচাৰঃ

উত্তৰ-

(ঘ) পাপৰঃ

উত্তৰ-

উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞৰ্থক ৰূপ লিখা ।

ন + চায়  =  নাচায়  বা নেচায়

ন  + কাটে   =

উত্তৰ-

ন  + পালে   =

উত্তৰ-

ন  + খালে    =

উত্তৰ-

এটা শব্দত প্ৰকাশ কৰা।

ক) ভোকত আতুৰ হোৱা লোক-

উত্তৰ-

খ) নিয়মমতে খৰচ কৰা লোক-

উত্তৰ-

গ) বেছিকৈ ভাত খোৱা লোক-

উত্তৰ-

ঘ) ৰন্ধা -বঢ়া কৰা তিৰোতা-

উত্তৰ-

বাক্য ৰচনা কৰাঃ

কল (সুখাদ্য ফল বিশেষ)-

উত্তৰ-

কল (যন্ত্র)

উত্তৰ-

চিৰা (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল)-

উত্তৰ-

চিৰা (ছেই, গুটিৰ দীঘলীয়া ভঁৰাল)-

উত্তৰ-

দৈ (দৈ গাখীৰ)-

উত্তৰ-

দৈ  (বাঁহৰ চেপেটা আৰু মিহি কাঠি )-

উত্তৰ-

আলু (এবিধ পাচলি)-

উত্তৰ-

আলু (দাঁতৰ গুৰি)-

উত্তৰ-

কোণ (চুক)-

উত্তৰ-

কোন (প্রশ্নবােধক শব্দ)-

উত্তৰ-

বহলাই লিখাঃ

অল্প  অৰ্জন, বিস্তৰ ভোজন,

সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ।।

উত্তৰ-