Class 6 Assamese Book Chapter 13 Answer | Sankardev School Class 6 Assamese Book Chapter 13 ধনপতি Question Answer |

ধনপতি

Chapter 13

১। শব্দ-অৰ্থঃ

দেশব্যাপী – গোটেই দেশজুৰি 

স্বজাতি – নিজৰ দেশ বা সমাজ 

ন্যায়-নিৰূপিত – নিয়ম অনুসাৰে 

কলংক – দাগ, চেকা, কুখ্যাতি 

কলংকবৰ্জিত – দাগ নথকা 

ধনপতি – ধনৰ গৰাকী, চহকীলোক 

মূলমন্ত্ৰ – মূল নীতি 

২। প্ৰকৃত ধনীলোক কোনজন?

উত্তৰঃ- যি লোকে সত উপায়েৰে ধন আৰ্জে তেওঁলোকহে প্ৰকৃত ধনীলোক।

৩। ‘ধনবান আছে বহু দিশে-বিদেশত’

– ইয়াত কবিয়ে কেনে ধনীলোকৰ কথা কৈছে?

উত্তৰঃ- ইয়াত কবিয়ে স্বদেশৰ লোকে বিদেশত গৈ ধন খৰচ কৰা ধনীলোকৰ কথা কৈছে।

৪। কেনে ধন কলংক বৰ্জিত?

উত্তৰঃ- যিজন ধনীলোকে সজ উপায়েৰে ধন উপাৰ্জন কৰে আৰু সমাজৰ উন্নতিৰ হকে ধন খৰচ কৰে, তেনে ধনীলোকৰ ধন কলংক বৰ্জিত।

৫। বাক্য ৰচনা কৰাঃ

দেশব্যাপী – কৰ’না মহামাৰী দেশব্যপী বিয়পী পৰিছে। 

মূলতন্ত্ৰ – উন্নতিৰ মূলমন্ত্ৰ হৈছে অধ্যয়ন। 

দেশ-বিদেশ – অসম এশিঙীয়া গড়ৰ বাবে দেশে-বিদেশে জনাজাত। 

কলংক – সত উপায়েৰে উপাৰ্জন কৰা ধন কলংক বৰ্জিত।

Mampi Kakati

******** 

Post ID : DABP006044