Class 6 Assamese Book Chapter 3 Answer | Sankardev School Class 6 Assamese Book Chapter 3 তৰা Question Answer |

তৰা

Chapter 3

১। শব্দ-অৰ্থঃ

নিবিষ্ট – নিমগ্ন, ডুবিথকা, বিভোৰ 

ভোৰ – আপোন পাহৰা, মগ্ন 

 ওৰ – অন্ত, শেষ 

ক্লেশ – কষ্ট, অশান্তি 

আখি – চকু

নীৰ – পানী

আখিনীৰ – চকুলো, লোতক, চকুপানী

শঠতা – প্ৰবঞ্চনা, প্ৰতাৰণা, ঠগোৱা কাৰ্য 

বিদ্বেষ – হিংসা ভাব, শত্ৰুতা 

বিদৰ – বিদীৰ্ণ কৰ, ভাঙি গুড়ি কৰ, চুৰ্ণ কৰ

চিত – মন, হিয়া, অন্তৰ 

কণা – কণিকা, ক্ষুদ্ৰ অংশ, নিচেই অকণ 

সুবিমল – পৱিত্ৰ, নিকা, নিৰ্মল 

সৌৰভ – সুগন্ধ, সুবাস

বিধাতা – ভগৱান, সৃষ্টিকৰ্তা

নিৰন্তৰ – চলি থকা, বাধাহীনভাৱে হৈ থকা, ঘটি থকা, আবিৰাম 

চৰাচৰ – সচল আৰু অচল, গতিশীল আৰু স্থিৰ

বিধানিছে – বিহিছে, দিছে, নিয়ম কৰিছে

নিঃকিন দৰিদ্ৰ , গৰীব , যাৰ একো নাই , অতি দুখীয়া, দাল – দৰিদ্ৰ 

২। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ

(ক) আকাশৰ তৰাবােৰ দেখি কবিৰ মনত কি কি ভাবৰ উদয় হৈছে?

উত্তৰঃ- আকাশৰ তৰাবােৰ দেখি কবিৰ মনত তেওঁলোক কোন, কিবা দুখ বা চিন্তাত তেনেকৈ স্তদ্ধ হৈ ৰৈ আছে নেকি-নে কিবা কামত একান্ত মনে লাগি আছে এনে ভাবৰ উদয় হৈছে।

(খ) আকাশীফুল ক’ত থাকে ; সেই ফুলৰ গুণ কি কি?

উত্তৰঃ- আকাশীফুল স্বৰ্গৰ উপবনত থাকে। সেই ফুলৰ গুণ হ’ল এই ফুল চিৰসুন্দৰ স্বৰ্গীয় ফুল, এই ফুল কেতিয়াও নুশুকায়।

(গ) অযুত কোটি বিধাতাৰ চকুৱে কি কৰে?

উত্তৰঃ- অযুত কোটি বিধাতাৰ চকুৱে পৃথিৱীৰ চাৰিওফালে ঘটি থকা পাপ-পুণ্য, ভাল-বেয়া দূৰৰ পৰা নিৰীক্ষণ কৰি থাকি যথাবিধি বঁটা বা দণ্ড দিয়ে। 

(ঘ) তৰাবােৰ দেখিলে তােমাৰ কেনে লাগে?

উত্তৰঃ- তৰাবােৰ দেখিলে মোৰ বহুত ভাল লাগে।

(ঙ) কি কাৰণে তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে ভাবিছে?

উত্তৰঃ- পৃথিৱীৰ পাপ, তাপ, দুষ, ক্লেশ দেখি তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে ভাবিছে।

৩৷ তলত দিয়া শব্দবােৰলৈ মন কৰা আৰু সেই একে অর্থত সেইবােৰ কেনেকৈ ব্যৱহাৰ কৰা হয় লিখা। 

আকাশে – আকাশে-বতাহে। 

কামে –  কামে-কাজে।

স্বর্গ-উপবনে –  

বিশ্ব-গৃহে – 

৪। একে অর্থবােধক শব্দ লিখা?

বঁটা – পুৰস্কাৰ  

দণ্ড – শাস্তি 

নিঃকিন –  ধনবান

সৌৰভ – সুবাস 

আখিনীৰ – চকুলো

৫। বাক্য ৰচনা কৰাঃ

ওৰ – ঈশ্বৰৰ মায়াৰ ওৰ নাই। 

হিংসা – আমি কাওকো হিংসা কৰিব নালাগে। 

বিদ্বেষ – পাকিস্তান আৰু ভাৰতৰ মাজত বিদ্বেষ আছে। 

চকুলাে – নিহাক মাকে গালি দিয়াৰ বাবে তাই চকুৰ পৰা চকুলো নিগৰিছে। 

জলমল – 

 ৬। বিপৰীত অর্থযুক্ত শব্দ লিখা?

 দুখ – সুখ

অধঃ – সম্পূৰ্ণ 

বঁটা – দণ্ড 

মুকুতি – বন্দী 

অধম – উত্তম

Mampi Kakati

*****

Post ID : DABP002295