Class 7 AJB School Chapter 8 অসমৰ ঐতিহাসিক মৈদাম আৰু পুখুৰী

১. কোন ধৰ্মৰ মতে মানপহৰ মৃতুৰ পাছত মৃতদেহ পুৰি পেলাই সতকাৰ কৰিব লাগে?

  1. ইছলাম ধৰ্মৰ মতে
  2. হিন্দু ধৰ্মৰ মতে
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ হিন্দুধৰ্মৰ মতে

২. আহোম সকল আদিতে কি ধৰ্মৰ আছিল?

  1. হিন্দু ধৰ্মৰ আছিল
  2. ইছলাম ধৰ্মৰ আছিল
  3. বৌদ্ধ ধৰ্মৰ আছিল

উত্তৰঃ বৌদ্ধ ধৰ্মৰ আছিল

৩. আহোম সকলে মৃতদেহ বোৰ কি কৰিছিল?

  1. পুৰি পেলাইছিল
  2. পুতি থৈছিল
  3. দাহ কৰিছি্ল

উত্তৰঃপুতি থৈছিল

৪. মৈদাম দিয়া কাক বোলে?

  1. মৃতদেহ পুতি সতকাৰ কৰাক
  2. মৃতদেহ পুৰি সতকাৰ কৰাক
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ মৃতদেহ পুতি সতকাৰ কৰাক

৫. ৰুদ্ৰ সিংহৰ মৈদামটো কিহৰে নিৰ্মিত?

  1. শিলেৰ আছিল
  2. মাতিৰ আছিল
  3. পকী আছিল

উত্তৰঃ পকী আছিল

৬.নদিমাতৃক ৰাজ্য় কোনখন?

  1. অসম
  2. চিকিম
  3. ত্ৰিপুৰা

উত্তৰঃ অসম

৭. ভগদত্ত ৰজাই কিয় গুৱাহাটিত থকা দিঘলিপুখুৰী সজাইছিল?

  1. জীয়েকৰ সয়ম্বৰৰ বাবে
  2. চুইমিং কমপিতিচনৰ বাবে
  3. খেলৰ বাবে

উত্তৰঃ জীয়েকৰ সয়ম্বৰৰ বাবে

৮.কোনবোৰ পুখুৰীক সাগৰ নাম দিয়া হয়?

  1. . ১০০ পুৰাত কৈ বেছি মাতিকালি হলে
  2. ২৫৭৯৮ পুৰাত কৈ বেছি মাতিকালি হলে
  3. ১০০ পুৰাত কৈ কম মাতিকালি হলে

উত্তৰঃ . ১০০ পুৰাত কৈ বেছি মাতিকালি হলে

৯. জয়সাগৰ পুখুৰী কেতিয়া খান্দিছিল?

  1. ১৬১৯শকৰ ৩আঘোনত
  2. ১৬১৯শকৰ ৩ কাতিত
  3. ১৬১৯শকৰ ৪আঘোনত

উত্তৰঃ ১৬১৯শকৰ ৩আঘোনত

১০. ১ পুৰাত কিমান বিঘা থাকে?

  1. ৫ বিঘা
  2. ৪ বিঘা
  3. ১৮৯৪ বিঘা

উত্তৰঃ ৪ বিঘা


১১. ৰহদৈ পুখুৰী টো কাৰ ৰাজত্ব কালত খান্দিছিল?

  1. ৰুদ্ৰ সিংহৰ কালত
  2. চুকাফৰ কালত
  3. গদাধৰ সিংহৰ দিনত

উত্তৰঃগদাধৰ সিংহৰ দিনত

১২.জয়সাগৰ পুখুৰী কোনে খান্দিছিল?

  1. ৰুদ্ৰসিংহয়
  2. জয়ধজ সিংহয়
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ ৰুদ্ৰসিংহয়

১৩) কোনজন ৰজাৰ দিনত শিৱসাগৰ পুখুৰী খন্দা হৈছিল?

  1. জয়ধজ সিংহ
  2. ৰুদ্ৰ সিংহ
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ ওপৰৰ এটাও নহয়

১৪ ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক কোন?

  1. ৰুদ্ৰ সিংহ
  2. হৰিনাথ বৰপাত্ৰাই
  3. নাৰায়ন কুঁৱৰ

উত্তৰঃ হৰিনাথ বৰপাত্ৰাই

১৫) মৃতকক চৰাইদেউ মৈদামত নিওঁতে স্নান কৰোৱা পুখুৰীটোৰ নাম কি?

  1. মৃতক – স্নান পুখুৰী
  2. শ – ধোৱা পুখুৰী
  3. গা – ধোৱা পুখুৰী

উত্তৰঃ শ – ধোৱা পুখুৰী

১৬) মাটিৰ গুণাগুণ পৰীক্ষা কৰি ঠাই নিৰ্বাচন কৰাৰ ব্য়ক্তি দুজনৰ নাম লিখা?

  1. দৰবধৰা বৰুৱা, মাটিচেলেকা বৰুৱা
  2. হাটিবৰুৱা, মাটিচেলেকা বৰুৱা
  3. দৰবধৰা বৰুৱা,. হাটি বৰুৱা

উত্তৰঃ দৰবধৰা বৰুৱা, মাটিচেলেকা বৰুৱা

১৭) কোন ৰজাইই গুৱাহাটী দিঘলি পুখুৰী খন্দাইছিল?

  1. ভগদত্ত ৰজা
  2. ভগত সিং
  3. গৌৰিনাথ সিংহ

উত্তৰঃ ভগদত্ত ৰজা

১৮)হৰ্জৰ বৰ্মন কোন আছিল?

  1. শালস্তম্ভ বংশৰ এজন ৰজা
  2. শালস্তম্ভ বংশৰ এজন মহামন্তি
  3. শালস্তম্ভ বংশৰ এজন সেনাপ্ৰতি

উত্তৰঃ শালস্তম্ভ বংশৰ এজন ৰজা

১৯) ৰাজধানিৰ সন্দৌজৰ বাবে কি কৰিছিল?

  1. ফুলৰ বাগিচা পাতিছিল
  2. পুখুৰি খান্দিছিল
  3. জিৱ-জন্তু পুহিছিল

উত্তৰঃ পুখুৰি খান্দিছিল

২০) মৈদামৰ জোখ কি এককত লোৱা হয় ?

  1. হাত
  2. হাট
  3. মাইল

উত্তৰঃ হাত