Class 7 Assamese Book | Chapter 3 | অধ্যায় ৩ | পণ্ডিত আনন্দৰাম বৰুৱা | MCQs Short Question Answer |

Chapter 3

পণ্ডিত আনন্দৰাম বৰুৱা

১। আনন্দৰাম বৰুৱাৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

a) ১৮৫০ চনৰ মে’ মাহৰ ২১ তাৰিখে

b) ১৯৪৭ চনৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ১৮৫০ চনৰ মে’ মাহৰ ২১ তাৰিখে

২। আন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?

a) যোৰহাটত

b) উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত

c) মৰিগাঁৱত

উত্তৰঃ b) উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত

৩। আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কি কলেজত নাম ভৰ্তি কৰে?

a) যোৰহাটৰ কলেজত

b) মৰিগাঁৱৰ কলেজত

c) কলকাতাৰ প্ৰেছিডেন্সী কলেজত

উত্তৰঃ c) কলকাতাৰ প্ৰেছিডেন্সী কলেজত

৪। আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম কি?

a) নৱকান্ত বৰুৱা

b) গৰ্গৰাম বৰুৱা

c) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ b) গৰ্গৰাম বৰুৱা

৫। আনন্দৰাম বৰুৱাই কিমান চনত নোৱাখালি জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়?

a) ১৮৮৪ চনত

b) ১৮৮৯ চনত

c) ১৮৮৬ চনত

উত্তৰঃ a) ১৮৮৪ চনত

৬। নোৱাখালিত এখন বালিকা বিদ্যালয় কিয় স্থাপন কৰা হৈছিল?

a) সকলো দুখীয়া লৰা-ছোৱালীয়ে শিক্ষা লাভ কৰিবৰ বাবে

b) স্ত্ৰী-শিক্ষা প্ৰচাৰৰ বাবে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) স্ত্ৰী-শিক্ষা প্ৰচাৰৰ বাবে

৭। সংস্কৃত ভাষাৰ অমৃত মন্থনেই আনন্দৰাম বৰুৱাৰ কি আছিল?

a) একক ব্ৰত

b) ইচ্ছা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) একক ব্ৰত

৮। মৈমনসিংহ জিলা বৰ্তমান কোন দেশত অন্তৰ্গত?

a) চীন দেশৰ

b) বাংলা দেশৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) বাংলা দেশৰ

৯।  আনন্দৰাম বৰুৱাৰ মাতৃৰ নাম কি?

a) দুৰ্লভেশ্বৰী বৰুৱা

b) নলিনীবালা দেৱী

c) মীৰাবাঈ চানু

উত্তৰঃ a) দুৰ্লভেশ্বৰী বৰুৱা

১০। আনন্দৰাম বৰুবাৰ কেতিয়া মৃত্যু হৈছিল?

a) ১৮৮৬ চনৰ ২২ জানুৱাৰীত

b) ১৮৯০ চনৰ ১৫ আগষ্টত

c) ১৮৮৯ চনৰ ১৯ জানুৱাৰীত

উত্তৰঃ c) ১৮৮৯ চনৰ ১৯ জানুৱাৰীত

১১। আনন্দৰাম বৰুৱাৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল?

a) ২৭ বছৰ বয়সত

b) ৪৩ বছৰ বয়সত

c) ৩৯ বছৰ বয়সত

উত্তৰঃ c) ৩৯ বছৰ বয়সত

১২। পদ্মনাথ গোহাঞি বৰুৱাৰ  কিমান চনত জন্ম হৈছিল?

a) ১৮৭২ চনত

b) ১৮৭১ চনত

c) ১৮৭৪ চনত

উত্তৰঃ b) ১৮৭১ চনত

১৩। ১৮৭০ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই.চি.এছ) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমৰ সেই মেধাসম্পন্ন যুবক জনৰ নাম কি?

a) পদ্মনাথ গোহাঞি বৰুৱা

b) মিত্ৰদেৱ মহন্ত

c) আনন্দৰাম বৰুৱা

উত্তৰঃ c) আনন্দৰাম বৰুৱা

১৪। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কিমান চনত জন্ম হৈছিল?

a) ১৯০৮ চনত

b) ১৯০৫ চনত

c) ১৯০৭ চনত

উত্তৰঃ a) ১৯০৮ চনত

১৫। পদ্মনাথ গোহাঞি বৰুৱাৰ পিতৃৰ নাম কি?

a) মিত্ৰদেৱ মহন্ত

b) নৱকান্ত বৰুৱা

c) ঘিণাৰাম বৰুৱা

উত্তৰঃ c) ঘিণাৰাম বৰুৱা

১৬। সীতানাথ ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

a) ‘কমল কলি’

b) ‘আবেগ’

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ‘কমল কলি’

১৭। আনন্দৰাম বৰুৱাই আই.চি.এছ পৰীক্ষাত কিমান  নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল?

a) দ্বিতীয় স্থান

b) অষ্ঠম স্থান

c) সপ্তম স্থান

উত্তৰঃ c) সপ্তম স্থান

১৮। সীতানাথ বহ্মচৌধুৰীৰ কিমান চনত মৃত্যু হৈছিল?

a) ১৯৮২ চনত

b) ১৯৮০ চনত

c) ১৯৮১ চনত

উত্তৰঃ a) ১৯৮২ চনত

১৯। চকুলো নামৰ পুথি খন কোনে ৰচনা কৰিছিল?

a) আনন্দৰাম বৰুৱা

b) পদ্মনাথ গোহাঞি বৰুৱা

c) সীতানাথ ব্ৰহ্মচৌধুৰী

উত্তৰঃ c) সীতানাথ ব্ৰহ্মচৌধুৰী

২০। আনন্দৰাম বৰুৱাৰ ক’ত মৃত্যু হৈছিল?

a) বংগদেশত

b) বাংলাদেশত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) বংগদেশত