Class 7 Assamese Book | Chapter 4 | অধ্যায় ৪ | জনমভূমি | MCQs Short Question Answer |

Chapter 4

জনমভূমি

১। জনমভূমি কবিতাটো কোনে ৰচনা কৰিছিল?

a) মিত্ৰদেৱ মহন্ত

b) নলিনীবালা দেৱী

c) নৱকান্ত বৰুৱা

উত্তৰঃ b) নলিনীবালা দেৱী

২। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?

a) নিজৰ আইৰ কোলাত

b) নিজৰ দেউতাকৰ কোলাত

c) নিজৰ মাহীয়েকৰ কোলাত

উত্তৰঃ a) নিজৰ আইৰ কোলাত

৩। কবিয়ে পখী হৈ ক’ত বাহ ল’ম বুলি কৈছে?

a) গছত

b) বেলেগৰ ঘৰত

c) ওখ বিৰিখত

উত্তৰঃ c) ওখ বিৰিখত

৪। কবি নলিনীবালা দেৱীৰ কিমান চনত জন্ম হৈছিল?

a) ১৮৯৫ চনত

b) ১৮৯৪ চনত

c) ১৮৯৮ চনত

উত্তৰঃ c) ১৮৯৮ চনত

৫। কবি নলিনীবালা দেৱীৰ ক’ত জন্ম হৈছিল?

a) বৰপেটাত

b) যোৰহাটত

c) ডিব্ৰুগড়ত

উত্তৰঃ a) বৰপেটাত

৬। কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ক’ত ফুলি ৰম বুলি কৈছে?

a) পুখুৰীত

b) মানসী বিলত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মানসী বিলত

৭। নলিনীবালা দেৱী কাৰ জীয়ৰী?

a) লক্ষ্মীনাথ বেজবৰুৱাৰ

b) মিত্ৰদেৱ মহন্তৰ

c) নবীনচন্দ্ৰ বৰদলৈৰ

উত্তৰঃ c) নবীনচন্দ্ৰ বৰদলৈৰ

৮। অসমীয়া সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল?

a) ১৯২০ চনত

b) ১৯১৮ চনত

c) ১৯১৯ চনত

উত্তৰঃ c) ১৯১৯ চনত

৯। চৈয়দ আব্দুল মালিকৰ ক’ত জন্ম হৈছিল?

a) গোলাঘাট জিলাৰ নাহৰণিত

b) লক্ষীমপুৰৰ নকাড়ী নামৰ গাঁৱত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) গোলাঘাট জিলাৰ নাহৰণিত

১০। মীৰাবাঈ নামৰ শিশু নাটিকাখন কোনে ৰচনা কৰিছিল?

a) মিত্ৰদেৱ মহন্ত

b) নৱকান্ত বৰুৱা

c) নলিনী বালা দেৱী

উত্তৰঃ c) নলিনী বালা দেৱী

১১। চৈয়দ আব্দুল মালিকৰ কিমান চনত মৃত্যু হৈছিল?

a) ২০০০ চনত

b) ১৯৯৯ চনত

c) ১৯৯৭ চনত

উত্তৰঃ a) ২০০০ চনত

১২। টিং শব্দৰ অৰ্থ কি?

a) বাল্টি

b) পৰ্বতৰ আগ বা ওখ ভাগ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) পৰ্বতৰ আগ বা ওখ ভাগ

১৩। নলিনী বালা দেৱীৰ এখন কবিতা পুথিৰ নাম কি?

a) পৰশমণি

b) কমল কলি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) পৰশমণি

১৪। চৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল?

a) ১৯৭৫ চনত

b) ১৯৭৬ চনত

c) ১৯৭৭ চনত

উত্তৰঃ c) ১৯৭৭ চনত

১৫। অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কোনে ৰচনা কৰিছিল?

a) নলীনীবালা দেৱীয়ে

b) চৈয়দ আব্দুল মালিকে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) চৈয়দ আব্দুল মালিকে

১৬। কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা কৰিছে?

a) নিজৰ আইৰ ছায়াত

b) নিজৰ দেউতাকৰ ছায়াত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) নিজৰ আইৰ ছায়াত

১৭। মই অসমীয়া কবিতাটোৰ ৰচক কোন?

a) নলিনীবালা দেৱী

b) চৈয়দ আব্দুল মালিক

c) নৱকান্ত বৰুৱা

উত্তৰঃ b) চৈয়দ আব্দুল মালিক

১৮। নলিনীবালা দেৱীয়ে অকালতে স্বামীক হেৰুৱাই ক’ত মন দিছিল?

a) কাব্য-চৰ্চাত

b) সংস্কৃত চৰ্চাত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) কাব্য-চৰ্চাত

১৯। চৈয়দ অব্দুল মালিক কোন আছিল?

a) এজন নেতা

b) এজন বিশিষ্ট গল্পকাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b)এজন বিশিষ্ট গল্পকাৰ

২০। নবীনচন্দ্ৰ বৰদলৈক কি উপাধিৰে জনা যায়?

a) কৰ্মবীৰ

b) ৰসৰাজ

c) ফণীশৰ্মা

উত্তৰঃ a) কৰ্মবীৰ