Class 7 Assamese Book | Chapter 6 | অধ্যায় ৬ | নোকোৱাৰ পৰিণাম | MCQs Short Question Answer |

Chapter 6

নোকোৱাৰ পৰিণাম

১। সমাজত মানৱতাক জীয়াই ৰাখিবলৈ কিহৰ প্ৰয়োজন?

a) কু-সংস্কাৰৰ

b) সকলোৰে এটি সুস্থ-সবল মনৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সকলোৰে এটি সুস্থ-সবল মনৰ

২। ফুলমতী কুৰ্মী কোন আছিল?

a) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী

b) নাৰ্চ

c) বিদ্যালয়ৰ সহকাৰী শিক্ষক

Ans: a) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী

৩। হুনমিলি, শৈলহতে কিয় বকুল ফুল বুটলিছিল?

a) খেলিবলৈ

b) ছাৰ বাইদেউ সকলক সম্ভাষণ জনাবলৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) ছাৰ বাইদেউ সকলক সম্ভাষণ জনাবলৈ

৪। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?

a) বিলতে হালিছে

b) গছে গছে

c) তেজৰে কমলাপতি বৰগীতটো

Ans: c) তেজৰে কমলাপতি বৰগীতটো

৫। বিদ্যালয়ৰ সহকাৰী শিক্ষক জনৰ নাম কি?

a) ৰাজ শৰ্মা

b) চিন্ময় শৰ্মা

c) বাহাৰুল ইছলাম

Ans: c) বাহাৰুল ইছলাম

৬। নাচি থাকোতে কোন মূৰ্চা গৈছিল?

a) মালতী

b) শৈলবালা

c) হুনমিলি

Ans: b) শৈলবালা

৭। শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?

a) মৃগী

b) মেলেৰিয়া

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) মৃগী

৮। বসন্ত পেগু কোন আছিল?

a) বিদ্যলয়ৰ সহকাৰী শিক্ষক

b) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী

c) চিকিৎসক

Ans: c) চিকিৎসক

৯। কদমণি গাঁৱৰ নিবাসী ৩৫ বছৰীয়া কুলেন দাসে কি কৰি জীৱিকা নিৰ্বাহ কৰে?

a) চাকৰি কৰি

b) কৃষি কৰ্ম কৰি

c) ব্যৱসায় কৰি

Ans: b) কৃষি কৰ্ম কৰি

১০। দেওঁবাৰে পুৱতি নিশা তেওঁ কলৈ গৈছিল?

a) শহুৱেকৰ ঘৰলৈ

b) ওচৰৰে বিলত মাছ মাৰিবলৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) ওচৰৰে বিলত মাছ মাৰিবলৈ

১১। শৈলৰ দুজনী বান্ধবীৰ নাম কি?

a) মালতী আৰু হুনমিলি

b) সুকণ্যা আৰু নেহা

c) মিচিমি আৰু পৰিস্মৃতা

Ans: a) মালতী আৰু হুনমিলি

১২। শৈলৰ মাক-দেউতাকে শৈলৰ বেমাৰৰ কিয় চিকিৎসা কৰোৱা নাই?

a) টকা পইছাৰ অভাৱত

b) বেলেগে বেমাৰী বুলি হাহিঁব পাৰে

c) গাৱঁত ভাল চিকিৎসালয় নথকাৰ বাবে

Ans: b) বেলেগে বেমাৰী বুলি হাহিঁব পাৰে

১৩। বিদ্যালয় খনৰ নাতি দূৰত কি আছে?

a) এখন স্কুল

b) এটা ৰাজহুৱা পুখুৰী

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) এটা ৰাজহুৱা পুখুৰী

১৪। সময়ৰ টিকনিডাল কোনফালে উৰে?

a) আগফালে

b) পিছফালে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) আগফালে

১৫। ‘সময়ৰ টিকনিডাল হেনো আগফালে উৰে’ এই বাক্যশাৰী কোনে কৈছিল?

a) প্ৰধান শিক্ষয়িত্ৰী

b) শৈলবালা

c) হুনমিলি

Ans: হুনমিলি

১৬। মোৰ মনৰ কথাষাৰকে কৈছা, হুনমিলি। চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যশাৰী কোনে কৈছিল?

a) সুকণ্যাই কৈছিল

b) মালতীয়ে কৈছিল

c) হুনমিলিয়ে কৈছিল

Ans: b) মালতীয়ে কৈছিল

১৭। মালতী শৈলক ধৰাচোন। আমি দাংকোলাকৈ নি বাইদেউৰ কোঠাত থওঁগৈ। এই বাক্যশাৰী কোনে কৈছিল?

a) হুনমিলিয়ে কৈছিল

b) প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱে কৈছিল

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) হুনমিলিয়ে কৈছিল

১৮। মুচৰ্ছা গ’লে কি কৰিব লাগে?

a) আগুৰি ধৰিব লাগে

b) মুকলি বতাহ পাবলৈ দিব লাগে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) মুকলি বতাহ পাবলৈ দিব লাগে

১৯। সমাজত চলি থকা অন্ধবিশ্বাসৰ ফলত কোনে আটাইতকৈ বেছি নিৰ্যাতিত হবলগীয়া হয়?

a) মহিলা সকলে

b) পুৰুষ সকলে

c) ককা-আইতা সকলে

Ans: a) মহিলা সকলে

২০। বকুল ফুলৰ গোন্ধ পালেই মনটো ভৰি উঠে, নহয়নে শৈল?এই বাক্যশাৰী কোনে কৈছিল?

a) বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱে

b) মালতীয়ে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) মালতীয়ে