Class 7 Assamese Book | Chapter 7 | অধ্যায় ৭ | জতুৱাৰ জঁট | MCQs Short Question Answer |

Chapter 7

জতুৱাৰ জঁট

১। ঘিট্ মিট্ আন্ধাৰত কি দেখে?

a) ভূত

b) ভগৱান

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) ভূত

২। অহুকানে-পহুকাণে মানে কি?

a) বৰকৈ বহলাই প্ৰকাশ কৰা

b) সমূলি পৰৰ অধীন

c) আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ

Ans: c) আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ

৩। জতুৱাৰ জঁট কবিতাটো কোনে ৰচনা কৰিছিল?

a) মিত্ৰদেৱ মহন্ত

b) শ্ৰী গগন চন্দ্ৰ অধিকাৰী

c) লক্ষ্মীনাথ বেজবৰুৱা

Ans: b) শ্ৰী গগন চন্দ্ৰ অধিকাৰী

৪। কোনবোৰ লোকে বৰ ভয় খায়?

a) অলপ-ধতুৱা বোৰে

b) নপতা ফুকন বোৰে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) অলপ-ধতুৱা বোৰে

৫। আকাশত চাং পতা মানে কি?

a) আকাশত বাঁহেৰে চাং পতা

b) অস্বাভাৱিক কল্পনা কৰা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) অস্বাভাৱিক কল্পনা কৰা

৬। কবি গগন চন্দ্ৰ অধিকাৰীৰ কিমান চনত জন্ম হৈছিল?

a) ১৯৪১ চনত

b) ১৮৮৯ চনত

c) ২০০০ চনত

Ans: a) ১৯৪১ চনত

৭। তেখেতৰ ক’ত জন্ম হৈছিল?

a) যোৰহাটত

b) ডিব্ৰুগড়ত

c) ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত

Ans: c) ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত

৮। আনৰ ভাল দেখিব নোৱাৰা মানুহক কি বোলে?

a) অন্ধ

b) চকুচৰহা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) চকুচৰহা

৯। যিজন মাক-দেউতাকৰ অতি মৰমৰ তেওঁক কি বোলে?

a) আলাসৰ লাড়ু

b) মৰমৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) আলাসৰ লাড়ু

১০। হাত লৰ শব্দৰ অৰ্থ কি?

a) চোৰ

b) হাত খন লৰি থকা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) চোৰ

১১। যি নিয়মমতে খৰছ কৰে, তেওঁক কি বোলে?

a) নিয়মিত

b) সদায়

c) মৃতব্যয়ী

Ans: c) মৃতব্যয়ী

১২। টকাত একোটা হাতী নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

a) মিত্ৰদেৱ মহন্তই

b) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে

১৩। কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?

a) নপতা ফুকনে

b) অহুকাণে-পহুকাণে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) নপতা ফুকনে

১৪। কবি গগন চন্দ্ৰ অধিকাৰীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?

a) ২০০৯ চনত

b) ২০২১ চনত

c) ২০১০ চনত

Ans: c) ২০১০ চনত

১৫। গোটগৰু শব্দৰ অৰ্থ কি?

a) জ্ঞানী

b) অতি মূৰ্খ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) অতি মূৰ্খ

১৬। আলৈ আথানি শব্দৰ অৰ্থ কি?

a) ভালকৈ থকা

b) সাৱধানে নোথোৱা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সাৱধানে নোথোৱা

১৭। কথা-চহকী শব্দৰ অৰ্থ কি?

a) বেছিকৈ কথা কোৱা

b) ধনী

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) বেছিকৈ কথা কোৱা

১৮। কুন্দত কটা শব্দৰ অৰ্থ কি?

a) বেয়া

b) ধুনীয়া

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) ধুনীয়া

১৯। ঘিট্ মিট্ শব্দৰ অৰ্থ কি?

a) পোহৰ

b) আন্ধাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) আন্ধাৰ

২০। ৰদালি এ ৰ’দ একঁ দে পুথিখন কোনে ৰটনা কৰিছিল?

a) মিত্ৰদেৱ মহন্তই

b) লক্ষ্মীনাথ বেজবৰুৱাই

c) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে

Ans: c) শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে