Class 7 Assamese Book | Chapter 8 | অধ্যায় ৮ | মিছাইন মানৱ | MCQs Short Question Answer |

Chapter 8

মিছাইন মানৱ

১। ‘মিছাইল মানৱ নামেৰে কাক জনা যায়?

a) আব্দুল কালামক

b) মিত্ৰদেৱ মহন্তক

c) ৰবীন্দ্ৰনাথ ঠাকুৰক

Ans: a) আব্দুল কালামক

২। আব্দুল কালামে ভাৰতক মনে প্ৰাণে কি হোৱাটো বিচাৰিছিল?

a) সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী দেশ হোৱাটো

b) সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো

৩। তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল?

a) হিন্দী বিদ্যাৰ প্ৰতি

b) বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ প্ৰতি

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ প্ৰতি

৪। আব্দুল কালামৰ কেতিয়া আৰু কিমান চনত জন্ম হৈছিল?

a) ১৮ ছেপ্তেম্বৰ ১৯২৮ চন

b) ২৩ জানুৱাৰী ১৯৪৪ চন

c) ১৫ অক্টোবৰ ১৯৩১ চন

Ans: c) ১৫ অক্টোবৰ ১৯৩১ চন

৫। তেখেতৰ ক’ত জন্ম হৈছিল?

a) ৰামেশ্বৰম তামিলনাডু

b) কলকাতা

c) গোলাঘাট জিলাৰ নাহৰণিত

Ans: a) ৰামেশ্বৰম তামিলনাডু

৬। তেখেতৰ পিতৃৰ নাম কি আছিল?

a) জয়নালআবেদীন মাৰাকেয়াৰ

b) জয়নালআবেদীন আচিয়াম্মা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) জয়নালআবেদীন মাৰাকেয়াৰ

৭। তেখেতৰ মাতৃৰ নাম কি আছিল?

a) আচিয়াম্মা

b) মাদাৰ টেৰেছা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) আচিয়াম্মা

৮। উৎক্ষেপন শব্দৰ অৰ্থ কি?

a) বৰকৈ জ্বলা

b) পাৰ্গত

c) প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা

Ans: c) প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা

৯। বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন?

a) ইউৰি গ্যাগাৰিন

b) ৰাকেশ শৰ্মা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) ইউৰি গ্যাগাৰিন

১০। বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন?

a) কল্পনা চাওলা

b) ভেলেন্টিনা টেৰেস্কোভা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) ভেলেন্টিনা টেৰেস্কোভা

১১। কল্পনা চাওলাৰ কিমান চনত জন্ম হৈছিল?

a) ১৯৮৮ চনত

b) ১৯৫৪ জনত
c) ১৯৬২ চনত

Ans: c) ১৯৬২ চনত

১২। কল্পনা চাওলাৰ কিমান চনত মৃত্যু হৈছিল?

a) ২০০০ চনত

b) ২০০৩ চনত

c) ১৯৪৪ চনত

Ans: b) ২০০৩ চনত

১৩। আব্দুল কালামৰ উল্লেখ যোগ্য এখন গন্থৰ নাম কি?

a) সন্ধিয়াৰ সুৰ

b) পাৰিজাতৰ অভিষেক

c) মিছন ইণ্ডিয়া

Ans: c) মিছন ইণ্ডিয়া

১৪। মিছাইল কি?

a) দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ

b) ৰকেট

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ

১৫। আব্দুল কালামে কেতিয়া আৰু কিমান চনত শেষ নিশ্বাস ত্যাগ কৰিছিল?

a) ২০১৯ চনৰ ১৭ জুলাইত

b) ২০০৫ চনৰ ২৩ আগষ্টত

c) ২০১৫ চনৰ ২৭ জুলাইত

Ans: c) ২০১৫ চনৰ ২৭ জুলাইত

১৬। প্ৰথম ভাৰতীয় মহাকাশযাত্ৰী কোন?

a) ৰাকেশ শৰ্মা

b) ইউৰি গ্যাগাৰিন

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) ৰাকেশ শৰ্মা

১৭। অদম্য শব্দৰ অৰ্থ কি?

a) আকাশৰ সীমা

b) পাৰ্গত

c) যাক দমাব নোৱাৰি

Ans: c) যাক দমাব নোৱাৰি

১৮। নিৰীক্ষণ শব্দৰ অৰ্থ কি?

a) দূৰৈৰ পৰা ভালকৈ চোৱা

b) উত্তম

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) দূৰৈৰ পৰা ভালকৈ চোৱা

১৯। ভূষণ শব্দৰ অৰ্থ কি?

a) পাৰ্গত

b) ভিতৰুৱা

c) অলংকাৰ

Ans: c) অলংকাৰ

২০। আব্দুল কালামে প্ৰায়ে সহপাঠীসকলৰ সৈতে ক’লৈ গৈছিল?

a) হোটেললৈ

b) সাগৰৰ উপকূললৈ

c) মাছ মাৰিবলৈ

Ans: b) সাগৰৰ উপকূললৈ