Class 7 Assamese Book | Chapter 9 | অধ্যায় 9 | অসম | MCQs Short Question Answer |

Chapter 9

অসম

১। লেখকে কোনখন ঠাইক স্বৰ্গতো অধিক জনমভূমি বুলি কৈছে?

a) অসমক

b) ভাৰতক

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) অসমক

২। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট এখনৰ নাম কি?

a) সুৰভি

b) লিতিকাই

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) লিতিকাই

৩। ‘অ মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল?

a) মিত্ৰদেৱ মহন্তই

b) নৱকান্ত বৰুৱাই

c) লক্ষ্মীনাথ বেজবৰুৱাই

Ans: c) লক্ষ্মীনাথ বেজবৰুৱাই

৪। লক্ষ্মীনাথ বেজবৰুৱাক কি উপাধিৰে বিভূষিত কৰা হয়।

a) ৰসৰাজ

b) ফণীশৰ্মা

c) কৰ্মবীৰ

Ans: a) ৰসৰাজ

৫। জনমানসত তেওঁক কি নামেৰে জনা যায়?

a) ৰসৰাজ

b) সাহিত্যৰথী

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সাহিত্যৰথী

৬। মুছলমান বুৰঞ্জীলেখকে অসম দেশক কি বুলিছিল?

a) আহোম

b) অহম

c) অসমৰ দেশ

Ans: c) অসমৰ দেশ

৭। শক্তিৰ চৰ্চা মানে কি?

a) পৰাধীনতা

b) স্বাধীনতা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) স্বাধীনতা

৮। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া মানুহৰ স্বভাৱ,দোষ-ত্ৰুটিবিলাক কেনেকৈ আঙুলিয়াই দিছে?

a) দুখেৰে

b) খঙেৰে

c) হাঁহিৰ চলেৰে

Ans: c) হাঁহিৰ চলেৰে

৯। লক্ষ্মীনাথ বেজবৰুৱাৰ এখন উপন্যাসৰ নাম কি?

a) জোনবিৰি

b) নাতিল’ৰা

c) পদুম কুঁৱৰী

Ans: c) পদুম কুঁৱৰী

১০। তেখেতৰ এখন চুটিগল্প পুথিৰ নাম কি?

a) সাধুকথাৰ কুঁকি

b) সুৰভি

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সুৰভি

১১। তেখেতৰ এখন শিশু সাহিত্যৰ নাম কি?

a) নোমল

b) জুনুকা

c) কদমকলি

Ans: b) জুনুকা

১২। আমাৰ সকলো শক্তি কাৰ সেৱাত লগাব লাগিব?

a) স্বদেশৰ সেৱাত

b) বিদেশৰ সেৱাত

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) স্বদেশৰ সেৱাত

১৩। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ কি?

a) আগ ধৰোঁতা

b) গুৰি ধৰোঁতা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) গুৰি ধৰোঁতা

১৪। সুৰভি নামৰ পুথিখন কি?

a) কবিতা পুথি

b) শিশু সাহিত্য

c) চুটিগল্প

Ans: c) চুটিগল্প

১৫। জুনুকা নামৰ পুথিখন কি?

a) শিশু সাহিত্য

b) উপন্যাস

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) শিশু সাহিত্য

১৬। পদুম কুঁৱৰী পুথিখন কি?

a) উপন্যাস

b) কবিতা পুথি

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) উপন্যাস

১৭। অসন্তোষ শব্দৰ বিপৰীত অৰ্থ কি?

a) আনন্দ

b) দেশ

c) সন্তোষ

Ans: c) সন্তোষ

১৮। ইংৰাজ গৱৰ্ণমেন্টেও প্ৰথম অসম দেশ লওঁতে ইংৰাজীত ইয়াৰ নাম কি বুলি লিখিছিল?

a) Assam

b) Axom

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) Assam

১৯। চিৰস্মৰণীয় শব্দৰ অৰ্থ কি?                                                                   

a) আনন্দ,হৰ্ষ

b) স্বাধীন

c) সদায় মনত ৰাখিবৰ যোগ্য

Ans: c) সদায় মনত ৰাখিবৰ যোগ্য

২০। মালিতা মানে কি?

a) মানুহৰ মুখে মুখে চলি অহা

b) থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত