Class 7 General Science Book Lesson 11

অনুশীলনী 

১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা 

উত্তৰ-

২) খালী ঠাই পূৰ কৰা। 

i) ________ ৰ দ্বাৰা হ্ৰদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। 

উত্তৰ-

ii) ________ কোষত হিম’গ্লবিন পোৱা যায়।

উত্তৰ-

iii) ধমনী আৰু শিৰাবোৰ___________ জালিকাৰ দ্বাৰা সংলগ্ন। 

উত্তৰ-

iv) হৃদযন্ত্ৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক__________ বোলা হয়।

উত্তৰ-

v) মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ’ল _______।

উত্তৰ-

vi) ঘামত পানী আৰু ________ থাকে। 

উত্তৰ-

vii) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্ৰব্যক ________ বোলা হয়। 

উত্তৰ-

viii) শোষন টানৰ জড়িয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ’ল________ |

উত্তৰ-

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

a) উদ্ভিদত পানী পৰিবহন হয়, 

i) জাইলেইম      ii) ফ্ল’ৱেম        iii) পত্ৰৰন্ধ্ৰ       iv) চুলি শিপাৰ দ্বাৰা 

উত্তৰ-

b) শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয়- 

i) ছাঁত    ii) কম পোহৰত   iii) ফেনৰ তলত iv) পলিথিন মোনাৰে ঢাকি থলে 

উত্তৰ-

৪) উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা। 

উত্তৰ-

৫) যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হব লিখা ?

উত্তৰ-

৬) পত্ৰৰন্ধ্ৰ কি ?পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা  । 

উত্তৰ-

৭) প্ৰস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ? ব্যাখ্যা কৰা ?

উত্তৰ-

৮) তেজৰ উপাদানসমূহ কি কি ?

উত্তৰ-

৯) শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন ? 

উত্তৰ-

১০) কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে ?

উত্তৰ-

১১) হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা ?

উত্তৰ-

১২) বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন ?

উত্তৰ-

১৩) মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা । 

উত্তৰ-