Class 7 General Science Book Lesson 17

অনুশীলনী

১ ) অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা ৷ 

উত্তৰ-

২ ) অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা । 

উত্তৰ-

৩ ) বিয়োজক কি ? দুবিধ বিয়োজকৰ নাম লিখা । সিহঁতে অৰণ্যত কি কৰে ? 

উত্তৰ-

৪ ) বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন – ডাই – অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা ৷ 

উত্তৰ-

৫ ) অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা । 

উত্তৰ-

৬ ) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা ।     

উত্তৰ-

৭ ) খালী ঠাই পূৰ কৰা – 

(ক) পতংগ , পখিলা , মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ    সহায় কৰে।

উত্তৰ-

(খ) অৰণ্য হ’ল   আৰু    ৰ বিশুদ্ধি কাৰক। 

উত্তৰ-

(গ) অৰণ্যৰ    স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত। 

উত্তৰ-

(ঘ) পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত ৰ বৃদ্ধি কৰে ।

উত্তৰ-

৮) আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয় ?

উত্তৰ-

৯) অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্রয়োজনী বুজাই লিখা ।

উত্তৰ-

১০) চিত্র ১৭.১৫ ত শিল্পীজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাঁড় চিহ্নৰ দিশ দিবলৈ পাহৰি গ’ল । কাড় চিহ্নৰ দিশ দিয়া আৰু তলত উল্লিখিত বস্তুবোৰ চিহ্নিত কৰা ।

উত্তৰ-

১১ ) তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় ? 

(ক) আঠা  (খ) প্লাইউড  (গ) লা  ঘ) কেৰাচিন 

উত্তৰ-

১২ ) তলৰ কোনবোৰ উক্তি সত্য নহয় ? 

(ক) অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে । 

(খ) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ।

(গ) অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্রভাৱ পেলায় ।

(ঘ) মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে । 

উত্তৰ-

১৩) অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ’ল-

ক) বালি  খ) কাঠফুলা  গ) হিউমাছ  ঘ) কাঠ

উত্তৰ-