Class 7 General Science Lesson 16

অনুশীলনী

১। উক্তিটো যদি সঁচা হয় ( স ) আৰু মিছা হয় ( মি ) ৰে চিহ্নিত কৰা । 

( ক ) পৃথিৱীৰ নদী আৰু হ্রদত থকাতকৈ ভূ – গৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি ।

উত্তৰঃ-

( খ ) গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে । 

উত্তৰঃ-

( গ ) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্র উৎস হ’ল নদীৰ পানী 

উত্তৰঃ-

( ঘ ) বৰষুণ হ’ল পানীৰ প্রধান উৎস ।

উত্তৰঃ-

২। ভূ – গৰ্ভৰ পানী কেনেকৈ পূৰ হয় কৰা হয় ব্যাখ্যা কৰা ।

উত্তৰঃ-

৩। পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে । ভূ – গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীর্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে ?

উত্তৰঃ-

 ৪। তোমাক এখন বাগিচা পৰিচালনাৰ কৰিবলৈ কোৱা হ’ল । তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা ? 

উত্তৰঃ-

৫। ভূ – গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ-

৬। উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা : 

(ক)   আৰু   দ্বাৰা মানুহে ভূ-গৰ্ভৰ পানী পায়।

উত্তৰ-

(খ) পানীৰ তিনিটা ৰূপ হ’ল  ,    আৰু   ।  

উত্তৰ-

( গ ) পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল   ।

উত্তৰ-

( ঘ ) যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক  বোলা হয়।

উত্তৰ-

৭। তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?

(ক) উদ্যোগৰ দ্রুত বৃদ্ধি ।

(খ) জনসংখ্যা বৃদ্ধি ।

(গ) প্ৰচুৰ বৰষুণ ।

(ঘ) জল সম্পদৰ সু – ব্যৱস্থাপনাৰ অভাৱ ।

উত্তৰ-

৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

মুঠ পানীৰ পৰিমাণ একে থাকে –

(ক) পৃথিৱীৰ হ্ৰদ আৰু নদী সমূহত ।

(খ) ভূ – গৰ্ভত । 

(গ) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত । 

(ঘ) গোটেই পৃথিৱীৰ ।

উত্তৰ-