Class 7 history MCQs School AJB Chapter 9 অসমৰ বেহা- বেপাৰ 

১) মুছলমানসকল কামৰূপলৈ প্ৰথম কিমান চনত আহিছিল?.

  1. ১৬২২ খ্ৰি. ত
  2. ১২০৬ খ্ৰি.ত
  3. ১২৩৪ চনত

উত্তৰঃ ২. ১২০৬ খ্ৰি.ত

২)  কোন ৰজাৰ ৰাজত্বকালৰ পৰা মুদ্ৰাৰ ব্য়ৱহাৰ হয়?

  1. কোচ ৰজা বিশ্বসিংহৰ
  2. কোচৰজা নাৰায়ণসিংহ
  3. কোচ ৰজা গৌতম সিংহ

উত্তৰঃ কোচ ৰজা বিশ্বসিংহৰ

৩) জলপথৰে নাও লৈ বেহা-বেপাৰ কৰা লোকক কি বোলা হয়?

  1. নাবিক
  2. মুদৈ
  3. এটাও নহয়

উত্তৰঃ মুদৈ

৪) মুদৈ সকলে অসমৰ উৎপাদিত বস্তু বোৰ কলৈ নিছিল?

  1. পশ্চিমৰ ৰাজ্য়বোৰলৈ
  2. বিহাৰ লৈ
  3. মুদৈ সকলৰ ৰাজ্য় লৈ

উত্তৰঃপশ্চিমৰ ৰাজ্য়বোৰলৈ

৫) কোন ৰজাৰ দিনত অসমত হাট বা বজাৰ পতা হৈছিল?

  1. ১. প্ৰমত্ত সিংহৰ দিনত
  2. ২. প্ৰতাপ সিংহৰ দিনত
  3. ৩. ৰুদ্ৰ সিংহৰ দিনত

উত্তৰঃ২. প্ৰতাপ সিংহৰ দিনত

৬) প্ৰতাপ সিংহই কত বজাৰ পাতিছিল?

  1. কলং নৈৰ পাৰৰ ফুলগুৰিত
  2. ব্ৰহ্মপুত্ৰ পাৰত জামুগুৰিত
  3. বৰাক নৈৰ পাৰত শিমলুগুৰিত

উত্তৰঃ 1. কলং নৈৰ পাৰত ফুলগুৰিত

৭) মধ্য়যুগত অসমৰ প্ৰধানকৈ কোন খন নদীৰ বালিত সো পোৱা গৈছিল?

  1. ব্ৰহ্মপুত্ৰ নদীত
  2. সোৱণশিৰি নদীত
  3. বৰাক নদীত

উত্তৰঃ সোৱণশিৰি নদীত

৮) গোৱালপাৰাৰ ওচৰৰ হাদিৰাচকিক কি হাট বুলিছিল?

  1. বিহাৰি হাট
  2. বঙালী হাট
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ২. বঙালী হাট

৯)মুদ্ৰা পচলনৰ আগে অসমত কি ব্য়ৱস্থা চলিছিল

১. বিনিময় প্ৰথাৰ

২. ৰাপ্তানি প্ৰথাৰ

৩. এটাও নহয়

উত্তৰঃ১. বিনিময় প্ৰথাৰ

১০) ইংৰাজৰ বাহিৰে অসমত বেপাৰ কৰা জাতিৰ  ভিতৰত এটা জতি হল?

১. মাৰেৱাৰি

২. কোচ

৩. ৰজা

উত্তৰঃ ১. মাৰেৱাৰি

১১)অসমত পচুৰ পৰিমানে কৃষি জাত সামগ্ৰি কি পোৱা যায়?

১. ধান,চাহ পাত

২. সৰিয়হ, মাহ

৩. জলকিয়া

উত্তৰঃ ১. ধান,চাহ পাত

১২) অসমত কৃষিৰ বাবে উপযোগি  হোৱা কাৰণ কি ?

১. উপকুলিয় অঞ্চল

২. সাৰোৱা সমতল ভুমি

৩. সঘনায় বানপানী

উত্তৰঃ ২. সাৰোৱা সমতল ভুমি.

১৩) পাহাৰিয়া অঞ্চল কি খেতিৰ বাবে উপযোগি? 

১. জুম খেতি

২. চাহ খেতি

৩. লাও খেতি

উত্তৰঃ২. চাহ খেতি

১৪) মধ্য়যুগত মাৰোৱাৰি সকলক কি বুলি জনাজাত?

১. কেঞা

২. বেপাৰি

৩. দোকানি

উত্তৰঃ ১. কেঞা

১৫)বৰ্তমান বিনিময় প্ৰথা পচলিত এখন বজাৰ নাম ?

১. জুনবেলি মেলা

২. জুনবিল মেলা

৩. জুনবিল বজাৰ

উত্তৰঃ ২. জুনবিল মেলা

১৬) অসমত চাহক কি হিচাপে ব্য়ৱহাৰ কৰিছিল?

১. ঔষধ হিচাপে

২. খ্য়াদ্য় হিচাপে

৩. ওপৰৰ এটাও নহয়

উত্তৰঃ ১. ঔষধ হিচাপে

১৭) বঙালি, মুছলমান কি গোষ্ঠিৰ আছিল?

১. বানিক গোষ্ঠি

২. মানিক গোষ্ঠি

৩. মঙ্গোলিয় গোষ্ঠি

উত্তৰঃ ১. বানিক গোষ্ঠি

১৮ অসমত চাহ কোনে আবিস্কাৰ কৰিছিল?

১. ইংৰাজ সকলে

২. পতুৰ্গিজ সকলে

৩. মপছলমান সকলে

উত্তৰঃ ১. ইংৰাজ সকলে

১৯) অসমৰ লোক সকল বিদেশলৈ কিয় জোৱা নাছিল?

১. ভয় কৰি ছিল

২. ব্য়ৱস্থা নাছিল

৩. অসুবিধা হৈছিল

উত্তৰঃ ১. ভয় কৰি ছিল

২০)নামনি কোচ সকলৰ ৰজা কোন আছিল?

১. বিশ্ব সিংহ

২. জয় সিংহ

৩,. ৰুদ্ৰ সিংহ

উত্তৰঃ ১. বিশ্ব সিংহ