Class 7 MCQs History AJB Chapter 12 আহোম যুগৰ সাজপাৰ

১)আদিম যুগৰ মানুহে বস্ত্ৰ হিচাপে কি পৰিধান কৰিছিল?

  1. সৌম বস্ত্ৰ.
  2. গছৰ চাল, পাত
  3. মুগা ৰিহা

উত্তৰঃ গছৰ চাল, পাত

২) সাজ-পুছাকৰদ্বাৰা এজন ব্য়ক্তিক কি কি প্ৰকাশ কৰে ?

  1. ভদ্ৰ, নম্ৰ
  2. ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ
  3. সজা,জ্ঞানি

উত্তৰঃ ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ

৩) কিহৰ মাজেৰে এটা জাতিৰ ছিনাকি প্ৰকাশ পোৱা যায়?

  1. আচাৰ-আচৰনৰ মাজেৰে
  2. সাজ পাৰৰ মাজেৰে
  3. সংস্কাৰ মাজেৰে

উত্তৰঃ সাজ পাৰৰ মাজেৰে

৪) কোন দুখন গন্থত অসমীয়া মানুহৰ সাজ পাৰৰ বিষয়ে পুৱা যায়?

  1. শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান
  2. মহাভাৰত, ৰামায়ন
  3. কোৰান, বাইবেল, জাতক

উত্তৰঃ শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান

৫) অসমৰ পুৰুষ সকলে অতিত কালৰে পৰা কি কি পৰিধান কৰে ?

  1. গছৰ চাল
  2. ধুতি, চোৰিয়া
  3. চেলেং

উত্তৰঃ ধুতি, চোৰিয়া

৬) অসমীয়া মহিলাৰ প্ৰধান সাজপাৰ কি কি?

  1. চাদৰ, মেখেলা, চেলেং
  2. চাদৰ,গামুচা, চোৰিয়া
  3. চাদৰ, মেখেলা

উত্তৰঃ চাদৰ, মেখেলা

৭) কিহৰ বাবে অসমৰ নাম  গোতেই বিশ্বতে বিখ্য়ীত হল?

  1. এৰি আৰু কপাহী কাপুৰৰ বাবে
  2. কাহঁ আৰু পিতলৰ বাবে
  3. চাহৰ বাবে

উত্তৰঃ এৰি আৰু কপাহী কাপুৰৰ বাবে

৮) গাৱে ভুঞে প্ৰচলিত বিয়ানাম, বিহুনাম আদিত কাৰ সাজ পোচাকৰ বিৱৰন আছে?

  1. পুৰুষৰ
  2. মহীলাৰ
  3. পুৰুষ আৰু মহীলা উভয়ৰে

উত্তৰঃ পুৰুষ আৰু মহীলা উভয়ৰে

৯)মুগা সূতা কৰ পৰা তৈৱাৰ কৰা হয় ?

  1. মেছিনৰ পৰা
  2. পলুৰ পৰা
  3. গছৰ পাতৰ পৰা

উত্তৰঃ পলুৰ পৰা

১০) পলুৰ খাদ্য় কি?

  1. ঘাহ
  2. মাছ
  3. গছৰ পাত

উত্তৰঃ গছৰ পাত

.

১১) মন্দিৰলৈ গলে অসমীয়া মানুহে কি পৰি ধান কৰে ?

  1. ধুতি, চেলেং, গামুচা
  2. ধুতি, চাৰ্ত, গামুচা
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ ধুতি, চেলেং, গামুচা

১২) সাধাৰনতে গমুচাৰ কি ৰংৰ হব লাগে?

  1. ৰঙা ৰঙৰ ফুল হব লাগে
  2. বগা ৰঙৰ ফুল হব লাগে
  3. এটাও নহয়

উত্তৰঃ ৰঙা ৰঙৰ ফুল হব লাগে

১৩) তাত শালত কাপোৰ বোৱা মহীলাক কি বোলা হয়?

  1. শিল্পি
  2. শিপিনী
  3. তাতৈ

উত্তৰঃ শিপিনী

১৪) তাত শালত ব্য়ৱহাৰ হোৱা দুবিধ সজুলিৰ নাম?

  1. মাকু, মুহুৰা
  2. চেৰেকি, মনিটৰ
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ মাকু, মুহুৰা

১৫)আদিম যুগত মানুহে কত বাস কৰিছিল?

  1. গুহাত
  2. অৰণ্য়ত
  3. হাবিত

উত্তৰঃ অৰণ্য়ত

১৬)কিহৰ মাজেৰে এটা জাতিৰ চিনাকী পুৱা যায়?

  1. কথা কোৱাৰ ধৰনৰ দ্বাৰা
  2. সাজপাৰৰ পৰা
  3. খোৱা খাদ্য়ৰ পৰা

উত্তৰঃ সাজপাৰৰ পৰা

১৭) নাৰীৰ সাজ-পোছাকৰ বৰ্ণনা কত পোৱা যায়?

  1. প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত
  2. মহা-ভাৰতত
  3. ৰামায়ণত

উত্তৰঃ প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত

১৮) উচ্চ শ্ৰেণীৰ মহিলা সকলে কলৈ মেখেলা পৰিধান কৰিছিল?

  1. ভৰিৰ সৰু গাঠিলৈ
  2. আঠুৰ মুৰলৈ
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ ভৰিৰ সৰু গাঠিলৈ

১৯)অনুষ্ঠানত অসমৰ থলুৱা বাসিন্দাসকলে নিজৰ কিহৰ বৈশিষ্ট্য় ৰক্ষাৈ কৰে?.

  1. সাজপাৰৰ
  2. নীতি নিয়মৰ
  3. সংস্কাৰ

উত্তৰঃ সাজপাৰৰ

২০) অসমীয়া সমাজত সকলোতকৈ আদৰৰ কাপোৰ বিধ কি?

  1. গামোচা
  2. চেলে়ঙ
  3. ওপৰৰ এটাও নহয়

উত্তৰঃ গামোচা