Class 7 Niti Malika Book Chapter 12 Answer | Sankadev School Class 7 Niti Malika Book Chapter 12 দেশভক্তৰ নিন্দা অসহনীয় Online Exam |

দেশভক্তৰ নিন্দা অসহনীয়

পাঠ-বাৰ

অনুশীলনী

১) কোনে ইংৰাজ বিষয়াজনক ইংলেণ্ডত হত্যা কৰিছিল ?

উত্তৰঃ-  মদনলাল ধীংৰা নামৰ এজন ভাৰতীয় যুৱকে লণ্ডনত ইংৰাজ বিষয়াজনক ইংলেণ্ডত হত্য়া কৰিছিল।

২) সভাৰ ভিৰৰ মাজতে গৰ্জি উঠা যুৱকজন কোন আছিল ?

উত্তৰঃ- সভাৰ ভিৰৰ মাজতে গৰ্জি উঠা যুৱকজন বিনায়ক দামোদৰ সাৱৰকাৰ  আছিল।

৩) সাৱৰকৰৰ মূৰত কোনে প্ৰহাৰ কৰিছিল ?

উত্তৰঃ- সাৱৰকৰৰ মূৰত পামৰ নামৰ এজন এংলো ভাৰতীয়ই প্ৰহাৰ কৰিছিল।

৪)পামৰক কোনে ছুৰি মাৰিছিল  ?

উত্তৰঃ- পামৰক এছ, পি. থীৰুমল্লাচাৰ্য নামৰ এজন যুৱকে ছুৰি মাৰিছিল।

৫) কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ঁ ?

উত্তৰঃ- এইটো নিজে নিজৰ ভাষাত লিখি ল’বা।

Type * Arup Koch 

Morigaon (Assam) 

Author By  Rajashree Bora

Post ID :DABP006432