Class 7 Niti Malika Book Chapter 14 Answer | Sankardev School Class 7 Niti Malika Book Chapter 14 ধৰ্মবুদ্ধি আৰু পাপবুদ্ধিৰ কথা Question Answer |

ধৰ্মবুদ্ধি আৰু পাপবুদ্ধিৰ কথা  

পাঠ-চৈধ্য

অনুশীলনী 

১) সাউদৰ পুতেক দুজনৰ নাম কি আছিল ?

উত্তৰঃ- সাউদৰ পুতেক দুজনৰ নাম ধৰ্মবুদ্ধি আৰু পাপবুদ্ধি।

২) তেওঁলোকে  বিদেশলৈ কিয় যাব ওলাইছিল ?

উত্তৰঃ- তেওঁলোকে বিদেশলৈ ধন ঘটিবৰ বাবে যাব ওলাইছিল।

৩) সোনৰ কলহটোত কিমান  মোহৰ আছিল  ?

উত্তৰঃ- সোনৰ কলহটোত এহাজাৰ মোহৰ আছিল।

৪) কাৰ কথামতে বাকীখিনী  টকা বনৰ মাজত গাঁতত পুতি থৈ গৈছিল ?

উত্তৰঃ- পাপবুদ্ধিৰ কথামতে বাকীখিনী টকা বনৰ মাজত গাঁতত পুতি থৈ গৈছিল। 

৫) তেওঁলোক দুয়োজনে বিচাৰকৰ ওচৰলৈ কিয় যাবলগীয়া হৈছিল ?

উত্তৰঃ-  পাপবুদ্ধিয়ে আগতিয়াকৈ গাত খান্দি মোহৰ খিনি উলিয়াই আনিলে। আৰু ধৰ্মবুদ্ধিক দেখুওৱাই পাপবুদ্ধিয়ে নাই অনা বুলি থপৰিয়াই থপৰিয়াই কান্দিলে । সেইবাবে তেওঁলোক দুয়োজনে বিচাৰকৰ ওচৰলৈ যাবলগীয়া গৈছিল।

৬) বাপেকে পাপবুদ্ধিক টকাখিনি ধৰ্মবুদ্ধিক কিয় দিবলৈ কৈছিল?

উত্তৰঃ- বাপেক্ ক’লে “এইবোৰ ধৰা পৰাৰহে কথা ভাবিছ। এইবোৰ শুভ বুদ্ধিৰ নহয় ধৰ্মবুদ্ধিৰ টকাখিনি ধৰ্মবুদ্ধিক দি দিবলৈ কৈছিল।

৭) কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ।

উত্তৰঃ- কেতিয়াও অকলে লোৱা কথা ভাবিব নাপায়। সকলোৱে মিলিজুলি থাকিব লাগে । গতিকে অতি বুদ্ধিৰ মানুহৰ গলত ফাঁচি লাগে। 

Type Arup Koch 

Morigaon (Assam)

Author By : Rajashree Bora

Post ID :DABP006453