Class 7 Niti Malika Book Chapter 5 Answer | Sankardev School Class 7 Niti Malika Book Chapter 5 একাতাইহে সফলতা আনে Question Answer |

একতাইহে সফলতা আনে 

পাঠ- পাঁচ

অনুশীলনী 

১) মাইকী চৰাইজনীয়ে তাই সঙ্গীজনৰ লগত কিয় যাব ,খোজা নাছিল?

উত্তৰঃ-  জোৱাৰ আহিলে সাগৰৰ পানী আমাৰ ধোন্দত সোমাই কণী কেইটা উটুৱাই লৈ যাব । সেইকাৰণে চৰাইজনীয়ে তাই সঙ্গীজনৰ লগত যাব, খোজা নাছিল।

২) কণীবিলাক হেৰুৱাৰ কথা জানি মতা চৰাইটোৱে কি কৰিলে ?

উত্তৰঃ-  কণীবিলাক হেৰুৱাৰ কথা জানি মতা চৰাইটোৱে- তেতিয়া ক’লে , “তুমি আহা বা নাহা, মই কিন্তু এতিয়া সাগৰৰ পানী শুকুৱাই আমাৰ কণীকেইটা উলিয়াই আনিম বুলি প্ৰতিজ্ঞা কৰিলে।

৩) তুমি চৰাই বিলাকৰ ব্যৱস্থা কাৰ্যক্ষম বুলি ভাবানে ?

উত্তৰঃ- এই প্ৰশ্ন উত্তৰটো নিজে কৰি ল’বা।

৪) মহিৰ্ষি নাৰদে চৰাইবোৰক কি উপদেশ দিছিল?

উত্তৰঃ- নাৰদে ক’লে – তোমালোকে কৰা সকলো চেষ্টা বিফলে যাব, সেইবাবে চৰাইৰ ৰজা গৰুড়ক প্ৰাৰ্থনা কৰা । তেওঁ যদি তোমালোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হয় তেতিয়াহে তেওঁ সাগৰৰ পৰা কণী কেইটা ঘূৰাই আনিব পাৰিব। মহৰ্ষি নাৰদে চৰাইবোৰক এই উপদেশ দিছিল।

৫) সাগৰ দেৱতাই চৰাইহালক কিয় কণীকেইটা ,ওভতাই দিছিল ?

উত্তৰঃ- চৰাইহালে ৰজা গৰুড়ক প্ৰাৰ্থনা কৰিছিল।সেইবাবে সাগৰৰ দেৱতাই চৰাইহালক কণীকেইটা, ওভতাই দিছিল।

Type Arup Koch

Morigaon (Assam)  

Author By : Rajashree Bora

Post ID :DABP006391