Class 8 Assamese Book Chapter ১৩ হোমি জাহাংগীৰ ভাবা Short Question Answer

হোমি জাহাংগীৰ ভাবা

১। শৈশৱ কালত সাধাৰণতে শিশুসকলৰ কি গভীৰ হয় ?

উত্তৰঃ শৈশৱ কালত সাধাৰণতে শিশুসকলৰ টোপনি গভীৰ হয়।

২. টোপনি পাতল ল’ৰাজনৰ নাম কি ?

উত্তৰঃ টোপনি পাতল ল’ৰাজনৰ নাম হোমি জাহাংগীৰ ভাবা।

৩. কিমান চনত হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল ?

উত্তৰঃ ১৯০৯ চনৰ ৩০ অক্টোবৰত হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল।

৪. পল এড্ৰিয়েন মৌৰিচৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ পল এড্ৰিয়েন মৌৰিচৰ ১৯০২ চনত জন্ম হৈছিল।

৫. তেখেতৰ চিঠিখনৰ নাম কি ?

উত্তৰঃ তেখেতৰ চিঠিখনৰ নাম কোৱাণ্টাম।

৬. তেখেতে কিমান চনৰ পৰা কিমান চনলৈ কেমব্ৰিজ বিশ্ববিদ্য়ালয়ৰ গণিতৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন শুৱনি কৰিছিল ?

উত্তৰঃ তেখেতে ১৯৩২ চনৰ পৰা ১৯৬৯ কেমব্ৰিজ বিশ্ববিদ্য়ালয়ৰ গণিতৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন শুৱনি কৰিছিল।

৭. এই আসনখন অতি সন্মানীয় আছিলনে ?

উত্তৰঃ এই আসনখন অতি সন্মানীয় আছিল।

৮. কিমান চনত পল এড্ৰিয়েন মৌৰিচৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ ১৯৮৪ চনত পল এড্ৰিয়েন মৌৰিচৰ মৃত্য়ু হৈছিল।

৯. তেখেত লণ্ডনলৈ কিয় গৈছিল ?

উত্তৰঃ তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল।

১০. হোমি জাহাংগীৰ ভাবা কেনেকৈ মৃত্য়ু হৈছিল ?

উত্তৰঃ হোমি জাহাংগীৰ ভাবা বিমান দুৰ্ঘটনাত মৃত্য়ু হৈছিল।

Type By- Subhas Nath