Class 8 Assamese Book Chapter ১৫ শিশু লীলা Short Question Answer

শিশু লীলা

১। শিশু লীলা কবিতাটোৰ কবিৰ নাম কি ?

উত্তৰঃ শিশু লীলা কবিতাটোৰ কবিৰ নাম শ্ৰী শ্ৰী শংকৰদেৱ।

২। কবিৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ কবিৰ জন্ম ১৪৪৯ হৈছিল।

৩। মহাপুৰুষজনাৰ লক্ষ্য কি আছিল ?

উত্তৰঃ মহাপুৰুষজনাৰ লক্ষ্য জাতিটোক সংস্কৃতিৱান ৰূপে গঢ়ি তোলা আৰু জাতিটোক সুৰুচিপূৰ্ণ ৰূপে গঢ়ি তোলা আছিল।

৪। তেখেতৰ দ্বাৰা ৰচিত সকলো গ্ৰন্থৰ উদ্দেশ্য হ’ল পৰমজনাৰ কি কৰা ?

উত্তৰঃ শ্ৰৱণ-কীৰ্তন কৰা।

৫। শিশু-লীলা’ত কাৰ কাৰ কথা কোৱা হৈছে  ?

উত্তৰঃ শিশু-লীলা’ত কৃষ্ণৰ লগৰ শিশু সকল ,বলভদ্ৰ আৰু যশোদাৰ ,কৃষ্ণৰ।

Type By-Subhas Nath