Class 8 Assamese Book Chapter 1 | Class 8 Assamese Sankardev Chapter 1 বৰগীত Short Question Answer |

১। মধ্যযুগত অসমীয়া সাহিত্যৰ মধ্যমণি কোন?

(ক) শ্ৰীমন্ত শংকৰদেৱ

(খ) মাধৱদেৱ

(গ) মাধৱ কন্দলী

উত্তৰঃ (ক) শ্ৰীমন্ত শংকৰদেৱ

.২। কিমান চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল?

ক)১৩৭১ শকত

খ)১৪৪৯ শকত

গ)১৯৫৬ শকত

উত্তৰঃখ)১৪৪৯ শকত

৩। বৰগীতৰ বিষয়বস্তু কেই প্ৰকাৰৰ?

ক)পাঁচ প্ৰকাৰৰ

খ)ছয় প্ৰকাৰৰ

গ)সাত প্ৰকাৰৰ

উত্তৰঃখ)ছয় প্ৰকাৰৰ

৪। গীত কেই প্ৰকাৰৰ?

ক)৩ প্ৰকাৰৰ

খ)৪ প্ৰকাৰৰ

গ)৫ প্ৰকাৰৰ

উত্তৰঃখ)৪ প্ৰকাৰৰ

৫। ভক্তিতত্বমূলক সংগ্ৰহ কেই প্ৰকাৰৰ?

ক)৩ প্ৰকাৰৰ

খ)৪ প্ৰকাৰৰ

গ)৫ প্ৰকাৰৰ

উত্তৰঃ৪ প্ৰকাৰৰ

৬। ভটিমা কেই প্ৰকাৰৰ প্ৰসান্তিমূলক গীত?

ক)এক প্ৰকাৰৰ

খ)দুই প্ৰকাৰৰ

গ)দুই প্ৰকাৰৰ

৭। কি হৈছে এটা কৃত্ৰিম সাহিত্যিক ভাষা?

ক)ভটিমা।

খ)ব্ৰজাৱলী।

গ)চপয়

উত্তৰঃব্ৰজাৱলী।

৮। শংকৰদেৱৰ আজ্ঞা অনুসৰি মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰে?

ক)১৭৫ টা

খ)১৫৭ টা

গ)১৯১ টা

উত্তৰঃ১৫৭ টা

৯। ভটিমা কেই প্ৰকাৰৰ?

ক)১ প্ৰকাৰৰ

খ)২ প্ৰকাৰৰ

৩)৩ প্ৰকাৰৰ

উত্তৰঃ৩.৩ প্ৰকাৰৰ

১০। শংকৰদেৱে কি ভটিমা ৰচনা কৰিছিল?

ক)ৰাজ ভটিমা

খ)গুৰু ভটিমা

গ)ভটিমা

উত্তৰঃক)ৰাজ ভটিমা

১১। মন মেৰি ৰাম চৰণেহি লাগু এই বৰগীতটো কিমান খৃষ্টাব্দমানত ৰচনা কৰা হ’য়?

ক)১৪৯০

খ)১৫৯০

গ)১৬৯০

উত্তৰঃক)১৪৯০

১২। কি অসমীয়া বৈষ্ণৱসাহিত্যৰ আপুৰুগীয়া সম্পদ?

ক)বৰগীত

খ)ভটিমা

গ)বিৰহ দুখ

উত্তৰঃবৰগীত

১৩। কাব্য কেইখন?

ক)৬খন

খ)৭খন

গ)৮খন

উত্তৰঃক)৬খন

১৪। তলৰ কোনটো বৰগীত প্ৰথম বৰগীত বুলি ভৱা হৈছে?

ক)মন মেৰি ৰাম চৰণহি লাগু

খ)আলু ভাই

গ)কংকৃত মাধৱ

উত্তৰঃমন মেৰি ৰাম চৰণহি লাগু

১৫। বনপোৰা জুইত নষ্ট হোৱা বাবে কিমান টা গীত পোৱা গৈছে?

ক)৩৪ টা

খ)৪৪টা

গ)৫৪টা

উত্তৰঃক)৩৪ টা