Class 8 Assamese Book Chapter 12 | Class 8 Assamese Sankardev Chapter 12জোন আৰু জোনাকী Short Question Answer |

১। ৰঘুনাণ চৌধৰি জন্ম কোন চনত হৈছিল?

ক)১৮৭৯

খ)১৮৬৮

গ)১৮৬৯

উত্তৰঃক)১৮৭৯

২। তেওঁৰ একমাত্ৰ পুথি গল্প খনৰ নাম কি?

ক)জোনাকী

খ)পচতীয়া

গ)সুৰভী

উত্তৰঃখ)পচতীয়া

৩। তেওঁৰ কবিতা পুথি কেইখন ৰচনা কৰিছিল?

ক)২ খন

খ)৪ খন

গ)৬ খন

উত্তৰঃগ)৬ খন

৪। তেওঁৰ পিতৃৰ নাম কি?

ক)ভোলানাথ চৌধৰি

খ)দুৰ্গেশ্বৰ চৌধৰি

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)ভোলানাথ চৌধৰি

৫। জোন আৰু জোনাকী কবিতাটি কোনে লিখিছিল?

ক)ৰঘুনাথ চোধৰি

খ)দুৰ্গেস্বৰ শৰ্মা

গ)আনন্দৰাম বৰুৱা

উত্তৰঃক)ৰঘুনাথ চোধৰি

৬। জোন জোনাকী কবিতাটি কবিৰ কোনখন পুতিৰ অন্তৰ্গত?

ক)নৱমল্লিকা

খ)মনাই বৰাগী

গ)কেতেকী

উত্তৰঃখ)মনাই বৰাগী

৭। ৰঘুনাথ চৌধৰীৰ মৃত্যু কিমান চনত হ’য়?

ক)১৯৮৬

খ)১৮৭৮

গ)১৯৮৫

উত্তৰঃক)১৯৮৬

৮। ৰঘুনাথ চৌধৰীয়ে হাইস্কুলত কিমান শ্ৰেণীলৈকে পঢ়িলে?

ক)সপ্তম

খ)অষ্টম

গ)নৱম

উত্তৰঃখ)অষ্টম

৯। তলত ৰাতি জিলিকা এবিধ পাখি লগা পোক নাম কি?

ক)জোনাকী

খ)হিত

গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃক)জোনাকী

১০। তেওঁৰ আলোচনী কেইখন ৰচনা কৰিছিল?

ক)২ খন

খ)৮ খন

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)২ খন