Class 8 Assamese Book Chapter 14 | Class 8 Assamese Sankardev Chapter 14 বিশ্ব-ভাৱনাShort Question Answer |

১। বিশ্ব-ভাৱনা গীতটি কোনে লিখিছিল?

ক)দুগেশ্বৰ শৰ্মা

খ)জ্ঞানদাভিৰাম বৰুৱা

গ)মিত্ৰদেৱ মহন্ত

উত্তৰঃক)দুগেশ্বৰ শৰ্মা

২। দুগেশ্বৰ শৰ্মা জন্ম কেতিয়া হৈছিল?

ক)১৮৮৪

খ)১৮৮৭

গ)১৮৮৯

উত্তৰঃক)১৮৮৪

৩। দুগেশ্বৰ শৰ্মা কিমান চনত বি.এ. পৰীক্ষাত উৰ্ত্তীণ হ’য়?

ক)১৯০৬

খ)১৯০৩

গ)১৯০৯

উত্তৰঃখ)১৯০৩

৪। দুগেশ্বৰ শৰ্মা কিমান চনত আইন পৰীক্ষাত উৰ্ত্তীণ হ’য়?

ক)১৯০৬

খ)১৯১৫

গ)১৯১৭

উত্তৰঃক)১৯০৬

৫। দুগেশ্বৰ শৰ্মা কিমান চনত চিৰ চাকৰিত সোমায়?

ক)১৯১৮

খ)১৯১৫

গ)১৯১১

উত্তৰঃগ)১৯১১

৬। তেওঁৰ কবিতা পুথি কেইখন?

ক)৬খন

খ)২ খন

গ)৩ খন

উত্তৰঃখ)২ খন

৭। দুগেশ্বৰ শৰ্মা ৰ কোনখন প্ৰথম কবিতা পুথি?

ক)অঞ্জলী

খ)নিবেদন

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)অঞ্জলী

৮। পদ্মাৱতীৰ নাটক কেইখন?

ক)৮ খন

খ)১০খন

গ)৪ খন

উত্তৰঃগ)৪ খন

৯। দুগেশ্বৰ শৰ্মা ৰ কিমান চনত মৃত্যু হৈছিল?

ক)১৯৬৪

খ)১৯৬১

গ)১৯৭৫

উত্তৰঃখ)১৯৬১

১০। চন্দ্ৰাৱলী নাটকখন কিমান চনত ৰচনা কৰিছিল?

ক)১৯১২

খ)১৯১০

গ)১৯০৯

উত্তৰঃগ)১৯০৯