Class 8 Assamese Book Chapter 15 | Class 8 Assamese Sankardev Chapter 15 ধৰ ঝাড়ুধৰ ভাই Short Question Answer |

১। অম্বিকাৰগিৰি ৰায়চৌধৰি জন্ম কেতিয়া হ’য়?

ক)১৮৮৫

খ)১৮৭৬

গ)১৮৫৬

উত্তৰঃক)১৮৮৫

২। অম্বিকাৰগিৰি ৰায়টচৌধিৰ কবিতা পুথি কেইখন?

ক)৯ খন

খ)১৮ খন

গ)১৪ খন

উত্তৰঃক)৯ খন

৩। ধৰ ঝাড়ুধৰ ভাই কবিতাটি কোনে লিখিছিল?

ক)জ্ঞানদাভিৰাম বৰুৱা

খ)অম্বিকাৰগিৰি ৰায়চৌধৰি

গ)লম্বোদৰ বৰা

উত্তৰঃখ)অম্বিকাৰগিৰি ৰায়চৌধৰি

৪। কোন চনত অম্বিকাৰগিৰি ৰায়চৌধৰি কাৰাবায় খাটিছিল?

ক)১৮৫৬

খ)১৮৪৫

গ)ওপৰৰ এটাও নহয়

উত্তৰঃগ)ওপৰৰ এটাও নহয়

৫। অম্বিকাৰগিৰি ৰয় চৌধৰি ক’ত জন্ম হৈছিল?

ক)বৰদোৱা

খ)কামৰূপ

গ)বৰপেটা

উত্তৰঃগ)বৰপেটা

৬। অম্বিকাৰগিৰি ৰায়চৌধৰি য়ে ধৰ ঝাড়ুধৰ ভাই কবিতাটি কোন চনত ৰচনা কৰিছিল?

ক)১৯২১

খ)১৯৬৭

গ)১৮৭৯

উত্তৰঃক)১৯২১

৭। অম্বিকাৰগিৰি ৰায়চৌধৰিৰ মৃত্যু কিমান চনত হৈছিল?

ক)১৯৬৭

খ)১৯২১

গ)১৯৭৮

উত্তৰঃক)১৯৬৭

৮। অম্বিকাৰগিৰি ৰায়চৌধৰি কিমান চনত সাহিত্য সভাৰ সভাপতি আছিল?

ক)১৯৫০

খ)১৯৫৭

গ)১৯৪৯

উত্তৰঃক)১৯৫০

৯। অম্বিকাৰগিৰি ৰায়চৌধৰিক কি নামেৰে খ্যাতি কৰিছে?

ক)সাহিত্য-সংস্কৃতি

খ)অসম কেশৰী

গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃখ)অসম কেশৰী

১০। ধৰ ঝাড়ুধৰ ভাই কবিতাটি কিহৰ ৰূপত প্ৰকাশ পাইছে?

ক)জাতীয় চিন্তা

খ)দেশপ্ৰমৰ

গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃগ)ওপৰৰ গোটেই কেইটা