Class 8 Assamese Book Chapter 16| Class 8 Assamese Sankardev Chapter 16 জন্মভূমি Short Question Answer |

১। যি দেশত মানুহ ওপজে?

ক)জন্মভূমি

খ)স্বৰ্গাদপি

গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃক)জন্মভূমি

২। লম্বোগৰ বৰা দেৱৰ জন্ম কেতিয়া হৈচিল?

ক)১৮৬০

খ)১৮৮২

গ)১৮৮৭

উত্তৰঃক)১৮৬০

৩। লম্বোদৰ বৰকা দেৱে কিমান চনত এন্ট্ৰন্স পৰীক্ষাত উৰ্ত্তীণ হ’য়?

ক)১৮৮৭

খ)১৮৯২

গ)১৮৮২

উত্তৰঃগ)১৮৮২

৪। লম্বোদৰ বৰা দেৱে কিমান চনত বি.ও ডিগ্ৰী লাভ কৰে?

ক)১৮৮৭

খ)১৮৭৫

গ)১৮৫৯

উত্তৰঃক)১৮৮৭

৫। লম্বোদৰ বৰা দেৱে এন্ট্ৰন্স পৰীক্ষাত উৰ্ত্তীণ হ’য় শিক্ষাৰ বাবে ক’লৈ য়ায়?

ক)মোম্বাই

খ)কলিকতা

গ)আমেৰিকা

উত্তৰঃখ)কলিকতা

৬। লম্বোদৰ বৰাদেৱেৰ প্ৰবন্ধ কেইছন ৰচনা কৰিছিল?

ক)৩ খন

খ)৯ খন

গ)৬ খন

উত্তৰঃক)৩ খন

৭। লম্বোদৰ বৰাদেৱে আইনৰ কি উপাধি লাভ কৰে?

ক)বি.এল

খ)বি.এ

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)বি.এল

৮। লম্বোদৰ বৰাদেৱৰ মৃত্যু কেতিয়া হৈছিল?

ক)১৮৯২

খ)১৮৮৭

গ)১৮৭৩

উত্তৰঃক)১৮৯২

৯। লম্বোদৰ বৰাদেৱৰ উল্লেখযোগ্য পুতি পুথিকেইখন?

ক)৩ খন

খ)৬ খন

গ)৯ খন

উত্তৰঃক)৩ খন

১০। গ্ৰীক বুলি এখনি কি দেস আছে?

ক)সৰু

খ)ডাঙৰ

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)সৰু

১১। আজিকালি অমস দেশৰ সকলে ক্ষেত্ৰতে দুৰবস্থা।

ক)হয়

খ)নহয়

গ)কেতিয়াবা হয় হয় লাগে কেতিয়াবা নালাগে

উত্তৰঃক)হয়

১২। আমি কি মানুহ?

ক)হিন্দু

খ)অসমীয়া

গ)মাৰাঠী

উত্তৰঃখ)অসমীয়া

১৩। ব্ৰহ্মদেশৰ মানুহক কি বুলি জনা যায়?

ক)গ্ৰীক

খ)মান

গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃখ)মান

১৪। কিমান চনত মান সেনাই অসমলৈ আহি আক্ৰমণ কৰে?

ক)১৮১৭

খ)১৮১৮

গ)১৮২৩

উত্তৰঃক)১৮১৭

১৫। জন্মভূনিৰ ঘোৰ দুৰব্যস্থা অসমীয়াৰ ঘোৰ টোপনি?

ক)শুদ্ধ

খ)অশুদ্ধ

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)শুদ্ধ