Class 8 Assamese Book Chapter 3 | Class 8 Assamese Sankardev Chapter বিহু চোলা Short Question Answer |

১। সোণপাহিৰ ঘৰ ক’ত আছিল?

ক)শলমাৰিত

খ)শলগুৰি

গ)যোৰহাতত

উত্তৰঃখ)শলগুৰি

২। চুটি গল্প এবিধ _____?

ক)ভাগ

খ)সুৰভি

গ)বলিচলন

উত্তৰঃক)ভাগ

৩। মিত্ৰদেৱ মহন্ত এগৰাকী বিখ্যাত কি আছিল?

৩। মিত্ৰদেৱ মহন্ত এগৰাকী বিখ্যাত কি আছিল?

ক)অভিনেতা

খ)পৰিচালক

গ)চুটিগল্প লেখক

উত্তৰঃক)অভিনেতা

৪। ল’ৰা-ছোৱালীবোৰে ব’হাগৰ বিহু কৰ পালেহি বুলি সোধোতে সোণপেহিৰে ল’ৰা-ছোৱালীবোৰক কি কৈছিল?

ক)গুৱাহটী

খ)ওচৰ

গ)শলগুৰি

উত্তৰঃওচৰ

৫। মিত্ৰদেৱ মহন্তু জন্ম কোন চনত হৈছিল?

ক)১৮৯৪

খ)১৮৯০

গ১৮৭৮

উত্তৰঃক)১৮৯৪

৬। “চিৰ চেনেহি মোৰ ভাষাজননী” এই গীতটো কোনে লিখিছিল?

ক)মিত্ৰদেৱ মহন্ত

খ)অতুলচন্দ্ৰ

গ)সত্যনাথ বৰা

উত্তৰঃক)সত্যনাথ বৰা

৭। মিত্ৰদেৱ মহন্ত এজন কি আছিল?

ক)গীতিকাৰ

খ)চুটি গল্পৰ লেখক

গ)প্ৰেক্ষাপট

উত্তৰঃক)গীতিকাৰ

৮। মিত্ৰদেৱ মহন্তৰ কিমান চনত মৃত্যু হ’য়?

ক)১৯৭২

খ)১৯৮৬

গ)ওপৰৰ এটাও নহয়

উত্তৰঃগ)ওপৰৰ এটাও নহয়

৯। ঊষাৰ লগে লগে মাক পুতেক কিহৰ পৰা নামিল?

ক)বাছৰ পৰা

খ)পাটীৰ পৰা

গ)ওপৰৰ এটাও নহয়।

উত্তৰঃখ)পাটীৰ পৰা

১০। মিত্ৰদেৱ মহন্তই কিমান চনত প্ৰচ্চন্নপাণ্ডৱ ৰচনা কৰিছিল?

ক)১৯৫৮

খ)১৯৫৫

গ)১৯৫৩

উত্তৰঃক)১৯৫৮

১১। মিত্ৰদেৱ মহন্তই উচ্চ শিক্ষালৈ তেওঁ প্ৰথমে কি কৰে?

ক)শিক্ষকতা

খ)অধ্য়াপনা

গ)সত্ৰাধিকাৰী

উত্তৰঃক)শিক্ষকতা

১২। মিত্ৰদেৱ মহন্ত ক’ত জন্ম হ’য়?

ক)যোৰহাট

খ)গুৱাহাটী

গ)নলবাৰী

উত্তৰঃক)যোৰহাট

১৩। মিত্ৰদেৱ মহন্তই পিছলৈ কি ৰূপে জীৱন অব্যাহত কৰে?

ক)শিক্ষক

খ)অধ্য়াপক

গ)সত্ৰাধিকাৰ

উত্তৰঃগ)সত্ৰাধিকাৰ

১৪। মিত্ৰদেৱ মহন্তই “বৈদেহি বিয়োগ” কিমান চনত ৰচনা কৰিছিল?

ক)১৯১৭

খ)১৯২৮

গ)১৯৫০

উত্তৰঃগ)১৯৫০

১৫। কিমাম চনত মিত্ৰদেৱ মহন্তই সাহিত্য সভাৰ সভাপতি দায়িত্ব গ্ৰহন কৰিছিল?

ক)১৯৮০

খ)১৯৬৮

গ)১৯২৮

উত্তৰঃখ)১৯২৮