Class 8 Assamese Book Chapter 4 | Class 8 Assamese Sankardev Chapter পৰম বন্ধুShort Question Answer |

১। সম্পদত প্ৰিয় বন্ধু কিমান উলায়?

ক)এটা

খ)বহুত

গ)নাই

উত্তৰঃখ)বহুত

২। ‘নিৰ্মালি’ কাৰ একমাত্ৰ কবিটা পুঠি?

ক)মিত্ৰদেৱ মহন্ত

খ)ড° সূৰ্যকুমাৰ ভূঞা

গ)নৱকান্ত বৰুৱা

উত্তৰঃখ)ড° সূৰ্যকুমাৰ ভূঞা

৩। আপদত প্ৰিয় বন্ধু পোৱা যায় নে?

ক)যায়

খ)নাযায়

গ)এটাও নহয়

উত্তৰঃখ)নাযায়

৪। ড° সূৰ্যকুমাৰ ভূঞা কিমান শতিকাৰ পুৰুষ?

ক)২৯

খ)৩০

গ)৩১

উত্তৰঃক)২৯

৫। সূৰ্যকুমাৰ ভূঞাই কিমান চনত ইংৰাজী বিষয়ত এম.এ পাছ কৰে?

ক)১৯২৩

খ)১৯১৬

গ)১৯৬০

উত্তৰঃখ)১৯১৬

৬। সূৰ্যকুমাৰ ভূঞা কিমান চনত জন্ম হ’য়?

ক)১৮৯৪

খ)১৮৯০

গ)১৮৯৫

উত্তৰঃক)১৮৯৪

৭। সূৰ্যকুমাৰ ভূঞা কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ত উপাৰ্চায আছিল?

ক)১৯৫৭-৬০

খ)১৭৫৭-৭৬

১৮৮৭-৯৪

উত্তৰঃক)১৯৫৭-৬০

৮। সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত কিমান ৰচনা কৰিছিল ?

ক)কুৰিখনো অধিক

খ)১৯৭

গ)১৮৯

উত্তৰঃক)কুৰিখনো অধিক

৯। সূৰ্যকুমাৰ ভূঞাই ‘অসম জীয়েৰী’ গ্ৰন্থখন কিমান চনত ৰচনা কৰিছিল?

ক)১৯৫৭

খ)১৯৩৫

গ)১৯৭০

উত্তৰঃখ)১৯৩৫

১০। সূৰ্যকুমাৰ ভূঞাই কেইখন ইংৰাজী গ্ৰন্থ ৰচনা কৰিছিল?

ক)৩

খ)৪

গ)৫

উত্তৰঃ৩

১১। সূৰ্যকুমাৰ ভূঞা কিমান চনত অধ্যাপনা কৰে আৰু পিছলৈ অসমৰ শিক্ষাধিকাৰী পদত অলঙ্কিত কৰে?

ক)১৯১৬

খ)১৯৩২

গ)১৮৩২

উত্তৰঃক)১৯১৬।

১২। সূৰ্যকুমাৰ ভূঞাই লিখা জীৱনচৰিত্ৰমূলক গ্ৰন্থ কেইখন?

ক)৪

খ)৫

গ)৬খ)নগাওঁ

উত্তৰঃক)৪

১৩। সূৰ্যকুমাৰ ভূঞা ক’ত জন্ম গ্ৰহন কৰে?

ক)গুৱাহাটী

খ)নগাঁও

গ)য়োৰহাট

উত্তৰঃনগাওঁ

১৪। ড° সূৰ্যকুমাৰ ভূঞা আঠিল প্ৰথম আসমীয়া শিক্ষাধিকাৰ?

ক)হয়

খ)নহয়

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)হয়

১৫। ড° সূৰ্যকুমাৰ ভূঞাৰ ‘পৰম বন্ধু’ এটি কি মূলক কবিতা?

ক)ভক্তিমূলক

খ)নীতিমূলক

গ)ওপৰৰ এটাও নহয়

উত্তৰঃখ)নীতিমূলক