Class 8 Assamese Book Chapter 7 বস্তু বিজ্ঞান অধ্য়য়ন Short Question Answer

বস্তু বিজ্ঞান অধ্য়য়ন

1/ বিজ্ঞান শাস্ত কিহৰ ভঁৰাল ?

উত্তৰঃ বিজ্ঞান শাস্ত জ্ঞানৰ ভঁৰাল।

2/ জ্ঞানৰ বলত মানুহে কি কাম কৰিব পাৰে ?

উত্তৰঃ জ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিব পাৰে।

3/ বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ লেখক কোন ?

উত্তৰঃ বস্তু বিজ্ঞান অধ্যয়ন পাঠটোৰ লেখক সৰোজিনী নাইডু।

4/ সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ সত্যনাথ বৰা ১৮৬০ চনত জন্ম হৈছিল।

5/ কিছুদিন তেখেতে কত অধ্যাপনা কৰিছিল ?

উত্তৰঃ কিছুদিন তেখেতে কটন কলেজত অধ্য়াপন কৰিছিল।

6/ তেখেতৰ দুখন গ্ৰন্থৰ নাম ?

উত্তৰঃ তেখেতৰ দুখন গ্ৰন্থৰ হল সাহিত্য় বিচাৰ, আকাশ ৰহস্য়।

7/ সৰুতেই তেখেতে কাক হেৰুৱাইছিল ?

উত্তৰঃ সৰুতেই তেখেতে পৃতৃ- মাতৃক হেৰুৱাইছিল।

8/ তেখেতে কাৰ তত্ত্বাৱধানত শিক্ষা লাভ  কৰে ?

উত্তৰঃ তেখেতে খুৰাকৰ তত্বাৱধানত শিক্ষা লাভ  কৰে।

9/ বিজ্ঞান শাস্ত শিক্ষা কৰিলে কি ঘটনাৰ কাৰণ জনা যায় ?

উত্তৰঃ বিজ্ঞান শাস্ত শিক্ষা কৰিলে ঢোলত কোব মাৰিলে শব্দ উঠে হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়।

10/ আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল কিহৰ ফল ?

উত্তৰঃ আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান-চৰ্চাৰ ফল।

11/ বহুত চহা মানুহে ধনগুলৈক কিহৰ  মায়া বুলি  ভাবে ?

উত্তৰঃ বহুত চহা মানুহে ধনগুলৈক ভুত-প্ৰেতৰ মায়া বুলি ভাবে।

12/ হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?

উত্তৰঃ হাতীয়ে গা লৰালে ভূমিকম্প আহে বুলি ভাবে।

13/ উদ্গতি পথত কিহে বাধা দিয়ে ?

উত্তৰঃ উদ্গতি পথত কু-সংস্কাৰে বাধা দিয়ে।

14/ বস্তু বিজ্ঞান অধ্য়য়নৰ লেখক কোন ?

উত্তৰঃ বস্তু বিজ্ঞান অধ্য়য়নৰ লেখক হল- সত্য়নাথ বৰা।

15/ বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উদ্গতিৰ পথ কি কৰি দিয়ে ?

উত্তৰঃ বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উদ্গতিৰ পথ মোকলাই দিয়ে।

Type By- Subhas Nath