Class 8 Assamese Book Chapter 9| Class 8 Assamese Sankardev Chapter 9 Short Question Answer | Short Question Answer |ডাংবৰলা কেঁচুৱা দৰ্শন | Short Question Answer |

১। টান টান টান, কেইটা বৰ টান?

ক)৩ টা

খ)৪টা

গ)৫টা

উত্তৰঃক)৩টা

২। কাৰ আগত কথা কোৱা টান?

ক)ৰজাৰ

খ)মন্টীৰ

গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃক)ৰজাৰ

৩। কি শেষ কৰি ঘৰতেই থাকো?

ক)ডাংবৰলাৰ

খ)পঢ়া-শুণা

গ)বিয়া পাতি

উত্তৰঃখ)পঢ়া-শুণা

৪। পোনতে আইয়ে কেইখন বিয়া কৰাবলৈ দিছিল?

ক)তিনিখন

খ)চাৰি খন

গ)কেইবাখন

উত্তৰঃগ)কেইবাখন

৫। আবেলিৰ অলপ আগতে কোন ঘৰ পালেগৈ?

ক)ডাঙৰ দা

খ)মোমাইদেউৰ

গ)বোপাটি

উত্তৰঃখ)মোমাইদেউৰ

৬। কোনে বাহিৰতে বহি থকা মানুহ দুজনমানক কিবা কামৰ দিহা দিছে?

ক)ডাংবৰলাই

খ)বাইদেৱে

গ)মোমাইদেৱে

উত্তৰঃগ)মোমাইদেৱে

৭। সুমী এজনী কি ছোৱালী?

ক)ভাল

খ)বেয়া

গ)ৰাংঢালী

উত্তৰঃগ)ৰাংঢালী

৮। যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম কিমান চনত হ’য়?

ক)১৯০৯

খ)১৮৯২

গ)১৮৫৬

উত্তৰঃখ)১৮৯২

৯। যতীন্দ্ৰ নাথ দুৱাৰৰ কবিতা পুথি কেইখন?

ক)৪ খন

খ)৫ খন

গ)৬ খন

উত্তৰঃক)৪ খন

১০। যতীন্দ্ৰ নাথ দুৱাৰাৰ কোন খন পুথি তেওঁৰ সাহিত্যৰ?

ক)বনফুল

খ)মৰমৰ সুৰ

গ)ওমৰ তীৰ্থ

উত্তৰঃগ)ওমৰ তীৰ্থ

১১। যতীন্দ্ৰ নাথ দুৱাৰে কিমান চনত স্কটিচচাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?

ক)১৯০৯

খ)১৯১৩

গ)১৯৩৭

উত্তৰঃখ)১৯১৩

১২। যতীন্দ্ৰ নাথ দুৱাৰাদেৱে  কোন কলেজত অধ্যপনা কৰিছিল?

ক)কটন

খ)কানৈ

গ)মির্জা

উত্তৰঃখ)কানৈ

১৩। বাটত আহোঁতে কোনে কিবা কিবি ভাবিছিলে?

ক)ডাংবৰলাই

খ)মোমাইদেউয়েই

গ)ওপৰৰ এটাও নহয়

উত্তৰঃগ)ওপৰৰ এটাও নহয়

১৪। যতীন্দ্ৰ নাথ দুৱাৰ কিমান চনত ইহলীলা সম্বৰণ কৰে?

ক)১৯৬৮

খ)১৯৮৭

গ)১৯৬৭

উত্তৰঃক)১৯৬৮

১৫। অসমীয়া সাহিত্যত কিহৰ কবি হিচাপে যতীন্দ্ৰ নাথ দুৱাৰ বিখ্য়াত হ’য়?

ক)মিলনৰ সুৰ

খ)আপোন সুৰ

গ)বনফুল

উত্তৰঃগ)বনফুল