Class 8 Assamese Chapter ভক্ত পহ্লাদ

১. নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?

(a) ৪টা

(b) ৫টা

(c) ৬টা

উত্তৰঃ ৫ টা

২. প্ৰহ্লাডৰ পিতৃৰ নাম কি?

(a) হিৰণ্যকশিপুৰ

(b) ষণ্ডামৰ্ক

(c) চন্তৰীদ্বয়

উত্তৰঃ (a) হিৰণ্যকশিপুৰ

৩. হিৰণ্যশিপুৰ ভাতৃৰ নাম কি?

(a) ষণ্ডামৰ্ক

(b) পহ্লাদ

(c) এটাও নহয়

উত্তৰঃ(c) এটাও নহয়

৪. হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?

(a) ভক্তি কৰছিল কিন্তু কম কৰিছিল

(b) অকনো ভক্তি নাছিল

(c) একান্ত ভক্তি আছিল

উত্তৰঃ (c) একান্ত ভক্তি আছিল

৫. প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?

(a)শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল

(b)শুক্ৰচাৰ্য এজন পুত্ৰক পঠিয়াইছিল

(c) পঠোয়াই নাছিল

উত্তৰঃ (a)শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল

৬. ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?

(a)ভগৱান বিষ্ণুক কৈছে

(b)হিৰণ্যশিপুৰক কৈছে

(c)ভগৱান শিৱক কৈছে

উত্তৰঃ (a)ভগৱান বিষ্ণুক কৈছে

৭. স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?

(a) মানুহ

(b) নৰসিংহ

(c) সিংহ

উত্তৰঃ (b) নৰসিংহ

৮. অসুৰৰ শাস্ত্ৰশনৰ নাম কি?

(a)ভক্তি

(b)বামানয়

(c)অসুৰ

উত্তৰঃ (b)বামানয়

৯. যাৰ সাহস আছে এটা শব্দত প্ৰকাশ কৰা

(a) সাহসী

(b) দুৰ্বল

(c) ভয়াতুৰ

উত্তৰঃ(a) সাহসী

১০. যি ঈশ্বৰক বিশ্বাস কৰে এটা শব্দত প্ৰকাশ কৰা

(a) আস্তিক

(b) পৰবিস্বাসী

(c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (a) আস্তিক

১১. যি বিষ্ণুক উপাখনা কৰে?

(a) মিছঁলিয়া

(b) ভক্ত

(c) বৈষ্ণৱ

উত্তৰঃ (c) বৈষ্ণৱ

১২. একে মাকৰ সন্তান

(a) সহোদৰ

(b) দুটা সন্তান

(c) কহুদি

উত্তৰঃ (a) সহোদৰ

১৩. যি সঁচা কথা কয়

(a) মিছলীয়া

(b) সত্যবাদী

(c) অস্তিক

উত্তৰঃ (b) সত্যবাদী

১৪. যাক দেখা নাযায়

(a) লুকাই থকা

(b) দেখা নোপোৱা

(c) অদৃশ্য

উত্তৰঃ (c) অদৃশ্য

১৫. কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ এই কথাষাৰ কোনে কাক কৈছিল?

(a) মহাৰাণীয়ে প্ৰহ্লাদক কৈছিল

(b) ষণ্ডামৰ্কয়ে হৰিক কৈছিল

(c) জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল

উত্তৰঃ (c) জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল

১৬. ষণ্ডামৰ্কৰ পিতৃৰ নাম কি?

(a) হিৰণ্য়কশিপু

(b) দৈত্য়গুৰু শুক্ৰাচাৰ্য

(c) বিষ্ণু

উত্তৰঃ (b) দৈত্য়গুৰু শুক্ৰাচাৰ্য

১৭. বিষ্ণৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?

(a) ৭টা

(b) ৯টা

(c) ১০টা

উত্তৰঃ (c) ১০টা

১৮. বামানয় শাস্ত্ৰ কি?

(a) বেদ-বিৰুদ্ধে

(b) মানুহৰ-বিৰুদ্ধে

(c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (a) বেদ-বিৰুদ্ধে

১৯. ষণ্ডামৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰৰ পতি আকৃষ্ট কৰিব পাৰিলেনে?

(a) পাৰিলে

(b) নোৱাৰিলে

(c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (b) নোৱাৰিলে

২০. ত্ৰিভুৱন মানে কি?

(a) তিনিটা মানুহৰ নাম

(b) তিনি ভুৱনৰ সমাহাৰ

(c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (b) তিনি ভুৱনৰ সমাহাৰ