Class 8 Assamese Book | Chapter 10 | অধ্যায় ১০ | প্ৰত্যাহ্বান | MCQs Short Question Answer |

Chapter 10

প্ৰত্যাহ্বান

১। দিব্যাংগ মানে কি?

a) অক্ষম

b) অক্ষম নহয় অন্য ধৰণে সক্ষম

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) অক্ষম নহয় অন্য ধৰণে সক্ষম

২। পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছিল?

a) ছবি অঁকা আৰু গান গোৱা

b) নৃত্য

c) ৰন্ধা

Ans: a) ছবি অঁকা আৰু গান গোৱা

৩। তেখেতে কি বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়?

a) বিশ্ববিদ্যালয়ৰ পৰা

b) সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা

৪। জুলী বৰুৱাই বাছ দুৰ্ঘটনাত পতিত হৈ তেওঁ কি হেৰুৱাইছিলে?

a) তেওঁৰ ভৰি দুখন

b) তেওঁ মূকবধিৰ হৈছিল

c) তেওঁৰ হাত দুখন

Ans: c) তেওঁৰ হাত দুখন

৫। আন্তৰ্জাতিক অক্ষম-ব্যাক্তিৰ দিৱস কেতিয়া পালন কৰা হয়?

a) ৮ অক্টোবৰত

b) ৬ জানুৱাৰীত

c) ৩ ডিচেম্বৰত

Ans: c) ৩ ডিচেম্বৰত

৬। কিমান শতাংশ ভূমি বিশেষভাৱে সক্ষম ব্যাক্তিৰ বাবে সংৰক্ষিত থাকিব?

a) ৩% ভুমি

b) ৭% ভূমি

c) ৯% ভূমি

Ans: a) ৩% ভুমি

৭। প্ৰিন্সি,জুলী আৰু সংগ্ৰামজ্যােতিৰ দৰে শিলচৰৰ উদাৰবন্দৰৰ তেনে এজন দিব্যাংগ লোকৰ নাম কি?

a) পংকজ গগৈ

b) পংকজ চক্ৰৱৰ্তী

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) পংকজ চক্ৰৱৰ্তী

৮। পংকজ চক্ৰৱৰ্তী কি আছিল?

a) দৃষ্টি হীন

b) মূকবধিৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) দৃষ্টি হীন

৯।  তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন কি?

a) দৃষ্টিহীন যুৱক

b) মূকবধিৰ যুৱক

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) মূকবধিৰ যুৱক

১০। সংগ্ৰামজ্যোতিক সফল চিত্ৰশিল্পী হিচাপে গঢ় দিয়াত কাৰ ভূমিকা আছিল?

a) নলিনীবালা দেৱীৰ

b) মিত্ৰদেৱ মহন্তৰ

c) শ্ৰীমতী আইমণি চৌধুৰীৰ

Ans: c) শ্ৰীমতী আইমণি চৌধুৰীৰ

১১। সংগ্ৰামজ্যোতিৰ মাতৃৰ নাম কি?

a) শ্ৰীমতী আইমণি চৌধুৰীৰ

b) নলিনীবালা দেৱী

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) শ্ৰীমতী আইমণি চৌধুৰীৰ

১২। কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল?

a) বালিকা বিদ্যালয়ে

b) সোণাৰীৰ ৰজাঢাপ প্ৰাথমিক বিদ্যালয়ে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সোণাৰীৰ ৰজাঢাপ প্ৰাথমিক বিদ্যালয়ে

১৩। মূকবধিৰ শব্দৰ অৰ্থ কি?

a) কাণেৰে নুশুনা

b) খোজ কাঢ়িব নোৱাৰা

c) কাণেৰেও নুশুনা,ক’বও নোৱাৰা

Ans: c) কাণেৰেও নুশুনা,ক’বও নোৱাৰা

১৪। এন্ধাৰ শব্দৰ বিপৰীত অৰ্থ কি?

a) জাগ্ৰত

b) পোহৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) পোহৰ

১৫। অমংগল শব্দৰ বিপৰীত অৰ্থ কি?

a) সক্ষম

b) এন্ধাৰ

c) মংগল

Ans: c) মংগল

১৬। আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটো কোনে ৰচনা কৰিছিল?

a) প্ৰিন্সী গগৈয়ে

b) জুলী বৰুৱাই

c) সংগ্ৰাম জ্যোতি চৌধুৰীয়ে

Ans: b) জুলী বৰুৱাই

১৭। বাধাগ্ৰস্ততা বা দিব্যাংগ বিষয়টো কিহৰ বিষয় নহয়?

a) স্ফূৰ্তিৰ

b) পুতৌ বা সহানুভূতিৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) পুতৌ বা সহানুভূতিৰ

১৮। সফল শব্দৰ বিপৰীত অৰ্থ কি?

a) সক্ষম

b) বিফল

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) বিফল

১৯। স্বাভাৱিক শব্দৰ বিপৰীত অৰ্থ কি?

a) জাগ্ৰত

b) অস্বাভাৱিক

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) অস্বাভাৱিক

২০। সংগ্ৰামজ্যােতি কি বিষয়ত পাৰদৰ্শী?

a) নৃত্য

b) চিত্ৰাংকন

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) চিত্ৰাংকন