Class 8 Assmese Chapter জাগা জননীৰ সন্তান

১. কবিয়ে কাক জাগি উঠিবলৈ কৈছে?

(a) জননীৰ সন্তান

(b) মৃত্যুক

(c) জয়জিনি

উত্তৰঃ (a) জননীৰ সন্তান

২. দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?

(a) দেশক হিংসা কৰা

(b) দেশৰ অপকাৰ কৰা

(c) দেশৰ গৌৰৱ

উত্তৰঃ (c) দেশৰ গৌৰৱ

৩. দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?

(a) মৃত্যুক কোছত লবলৈ কৈছে

(b) মৃত্যুক গছকিবলৈ কৈছে

(c) মৃত্যুৰ কাসেৰেদি যাবলৈ কৈছে

উত্তৰঃ (b) মৃত্যুক গছকিবলৈ কৈছে

৪. জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?

(a) এলেহুৱা

(b) কৰ্মপুৰুষতা

(c) কৰ্মহীনতা

উত্তৰঃ (c) কৰ্মহীনতা

৫. কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?

(a) স্বদেশপ্ৰেমী জোৱান সকল

(b) স্বদেশবিৰোধী জোৱান সকল

(c) স্বদেশক ঘৃণা কৰা জোৱান সকল

উত্তৰঃ (a) স্বদেশপ্ৰেমী জোৱান সকল

৬. আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?

(a) নৱ-জোৱান

(b) দুৰ্ম্মদ বীৰ নৱ-জোৱান

(c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (a) নৱ-জোৱান

৭. মৃত্যুৰ বিপৰীত শব্দ হ’ল ?

(a) মৰা

(b) মৃত্যদণ্ড

(c) জন্ম

উত্তৰঃ (c) জন্ম

৮. জয় বিপৰীত শব্দ হ’ল ?

(a) পৰাজয়

(b) জয় লাভ কৰা

(c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (a) পৰাজয়

৯. কাপুৰুষ বিপৰীত শব্দ হ’ল ?

(a) শক্তি নথকা

(b) বীৰ

(c) অলপ শক্তি থকা

উত্তৰঃ (b) বীৰ

১০. শত্ৰু বিপৰীত শব্দ হ’ল

(a) বন্ধু

(b) শত্ৰু

(c) মিত্ৰ

উত্তৰঃ (c) মিত্ৰ

১১. দুৰ্বল বিপৰীত শব্দ হ’ল

(a) সৰল

(b) সবল

(c) শক্তি নথকা

উত্তৰঃ (b) সবল

১২. জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি কোন?

(a) জ্য়োতিপ্ৰসাদ আগৰৱালা

(b) চন্দ্ৰকুমাৰ আগৰৱালা

(c) যতীন্দ্ৰ নাথ ঠাকুৰ

উত্তৰঃ (a) জ্য়োতিপ্ৰসাদ আগৰৱালা

১৩. কবিয়ে কাক গছকি জয়জিনিব দিছে?

(a) মৃত্য়ুক গছকি

(b) নৱ-জোৱানক গছকি

(c) বিবাহক গছকি

উত্তৰঃ (a) মৃত্য়ুক গছকি

১৪. সন্ধি ভাঙা নীলাচল?

(a) নীল + আচল

(b) নল + ইচল

(c) নীল + অচল

উত্তৰঃ (c) নীল + অচল

১৫. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

(a) ১৯০১ চনত

(b) ১৯০২ চনত

(c) ১৯০৩ চনত

উত্তৰঃ (c) ১৯০৩ চনত

১৬. দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে কি বোলে?

(a) ক্ৰিয়া বোলে

(b) পদ বোলে

(c) সন্ধি বোলে

উত্তৰঃ (c) সন্ধি বোলে

১৭. ‘শোণিত কুঁৱৰী’ নাটখন তেখেতে কিমান বছৰ বয়সত ৰচনা কৰিছিল?

(a) ১৩ বছৰ

(b) ১৪ বছৰ

(c) ১৫ বছৰ

উত্তৰঃ (b) ১৪ বছৰ

১৮. এটা শব্দত প্ৰকাশ কৰা- যাৰ শক্তি আছে?

(a) দুসাহসী

(b) সাহসী

(c) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) সাহসী

১৯. মৃত্য়ু সমাৰ্থ শব্দ কি?

(a) বেলি

(b) মৰণ

(c) জল

উত্তৰঃ (b) মৰণ

২০. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

(a) ১৯৫০ চনত

(b) ১৯৫১ চনত

(c) ১৯৫২ চনত

উত্তৰঃ (b) ১৯৫১ চনত