Class 8 Social Science Chapter 13 MCQs । ১৩ ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ।

ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Chapter 13

(১) চিৰাজউদ্দৌল্লাই কিমান খ্ৰীষ্টাব্দত ফোৰ্ট উইলিয়াম দুৰ্গ দখল কৰে ?

(ক) ১৭৬৫ খ্ৰীষ্টাব্দত

(খ) ১৭৪৫ খ্ৰীষ্টাব্দত

(গ) ১৭৫৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৭৫৬ খ্ৰীষ্টাব্দত

(২) ইতিহাসত প্ৰথম যুদ্ধ বুলি ক’ত জনাজাত ?

(ক) বোম্বাইত

(খ) মাদ্ৰাজত

(গ) কৰ্ণাটকত

উত্তৰঃ (গ) কৰ্ণাটকত

(৩) ১৭৫৭ খ্ৰীষ্টাব্দত কোন ঠাইত নৱাবৰ লগত ইংৰাজৰ ৰণ হৈছিল ?

(ক) পলাশী

(খ) পলাশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পলাশী

(৪) পলাশী যুদ্ধত কোন জয়ী হৈছিল ?

(ক) নৱাব

(খ) ইংৰাজ

(গ) যুদ্ধ হোৱাই নাছিল

উত্তৰঃ (খ) ইংৰাজ

(৫) পলাশী যুদ্ধত জয়ী হৈ কোনে প্ৰভুত্ব বিস্তাৰৰ সুবিধা পায় ?

(ক) নৱাবে

(খ) ফৰাচীয়ে

(গ) ইংৰাজে

উত্তৰঃ (গ) ইংৰাজে

(৬) ইংৰাজে পলাশী যুদ্ধ জয়ৰ পৰিপূৰ্ণতা কি যুদ্ধত লাভ কৰিছিল ?

(ক) বক্সাৰ

(খ) হকী

(গ) ক্ৰীকেট

উত্তৰঃ (ক) বক্সাৰ

(৭) ‘কৰদ মৈত্ৰী’ নীতি ইংৰাজৰ সম্ৰাজ্যবাদী মনোভাবৰ কিমান প্ৰকাশ আছিল ?

(ক) দ্বিতীয়

(খ) তৃতীয়

(গ) প্ৰথম

উত্তৰঃ (গ) প্ৰথম

(৮) কিমান খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা সাত বছৰীয়া ৰণৰ প্ৰতিক্ৰিয়া ভৰততো দেখা দিয়ে ?

(ক) ১৭৫৬ খ্ৰীষ্টাব্দত

(খ) ১৭৬৫ খ্ৰীষ্টাব্দত

(গ) ১৭৮৯ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৭৫৬ খ্ৰীষ্টাব্দত

(৯) ১৭৫৬ খ্ৰীষ্টাব্দত ক’ত সাত বছৰীয়া ৰণ হৈছিল ?

(ক) আফ্ৰিকাত

(খ) ইউৰোপত

(গ) কৰ্ণাটকত

উত্তৰঃ (খ) ইউৰোপত

(১০) কাৰ যুদ্ধই ভাৰতত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক’ব পাৰি ?

(ক) ইংৰাজৰ

(খ) ফৰাচীৰ

(গ) ৱান্দিয়াছৰ

উত্তৰঃ (গ) ৱান্দিয়াছৰ

(১১) কিমান খ্ৰীষ্টাব্দত ক্লাইৱ স্বদেশলৈ ঘূৰি যায় ?

(ক) ১৭৬০ খ্ৰীষ্টাব্দত

(খ) ১৭৭০ খ্ৰীষ্টাব্দত

(গ) ১৭৮০ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১৭৬০ খ্ৰীষ্টাব্দত

(১২) ইংৰাজসকল নিৰূপায় হৈ কাৰ সহায় বিচাৰিলে ?

(ক) নৱাবৰ

(খ) ফৰাচীৰ

(গ) বোম্বাইৰ

উত্তৰঃ (ক) নৱাবৰ

(১৩) ভাৰতৰ অন্যান্য অঞ্চলৰ তুলনাত বংগদেশ কিহত যথেষ্ট চহকী ?

(ক) কুটিৰ শিল্পত

(খ) মৃৎ শিল্পত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কুটিৰ শিল্পত

(১৪) কিমান খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্যু হয় ?

(ক) ১৭৫৮ খ্ৰীষ্টাব্দত

(খ) ১৭৫৭ খ্ৰীষ্টাব্দত

(গ) ১৭৫৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (গ) ১৭৫৬ খ্ৰীষ্টাব্দত

(১৫) নৱাব আলিবৰ্দি খাঁৰ মৃত্যুৰ পিছত কাক বংগৰ নৱাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল ?

(ক) ডাঙৰ জীয়েকৰ পুত্ৰক

(খ) সৰু জীয়েকৰ পুত্ৰক

(গ) মাজু জায়েকৰ পুত্ৰক

উত্তৰঃ (খ) সৰু জীয়েকৰ পুত্ৰক

(১৬) আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েকৰ নাম কি আছিল ?

(ক) ইন্দ্ৰমালতী

(খ) ঘাচিতি বেগম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ঘাচিতি বেগম