Class 8 Social Science Chapter 18 MCQs ।  মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা।

 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Chapter 18

১. ২০১১ চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা কিমান জন  ?

(ক) ৩,১১,৬৫,২৭৩ জন

(খ) ৪,১২,৬৯ ৩৪৫ জন

(গ) ৩,১১,৬৯, ২৭২ জন

উত্তৰঃ (গ) ৩,১১,৬৯, ২৭২ জন

২. মানৱ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰণ হ’ল ?

(ক) শিক্ষা আৰু খাদ্য

(খ) শিক্ষা আৰু স্বাস্থ্য

(গ) বাসস্থান আৰু পৌৰ সুবিধা

উত্তৰঃ (খ) শিক্ষা আৰু স্বাস্থ্য

২. মানৱ উন্নয়নৰ আটাইতকৈ প্ৰয়োজনীয় কাৰণ হ’ল ?                                                                                                     

(ক) শিক্ষা আৰু খাদ্য

(খ) শিক্ষা আৰু স্বাস্থ্য

(গ) বাসস্থান আৰু পৌৰ সুবিধা

উত্তৰঃ (খ) শিক্ষা আৰু স্বাস্থ্য

৩. অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে  ?                                                                                                          

(ক) পাঁচ খন

(খ) ছয় খন

(গ) চাৰি খন

উত্তৰঃ (খ) ছয় খন

৪. কোন চনত আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছে  ?

(ক) ২০০০ চনত

(খ) ২০০৯ চনত

(গ) ২০১২ চনত

উত্তৰঃ (খ) ২০০৯ চনত

৫. সুস্থ মনৰ কাৰণে কি প্ৰয়োজন ?

(ক) সুস্থ শৰীৰৰ প্ৰয়োজন

(খ) সুস্থ মনৰ প্ৰয়োজন

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) সুস্থ শৰীৰৰ প্ৰয়োজন

৬. শিক্ষা অধিকাৰ আমাৰ অন্যতম _________ অধিকাৰ ?

(ক) নিৰক্ষৰ

(খ) মৌলিক

(গ) এটাও নহয়

উত্তৰঃ (খ) মৌলিক

৭. আমাৰ দেশৰ কিমান শতাংশ লোকেই নিৰক্ষৰ ?

(ক) ৩০ শতাংশ

(খ) ২৯ শতাংশ

(গ) ২৬ শতাংশ

উত্তৰঃ (গ) ২৬ শতাংশ

৮.  অন্ধবিশ্বাস কাৰণ হ’ল ?

(ক) ডাইনী হত্যা

(খ) সতী প্ৰথা

(গ) এটাও নহয়

উত্তৰঃ (ক) ডাইনী হত্যা

৯. অসমত কেইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে ?  

(ক) তিনি খন

(খ) দুখন

(গ) চাৰি খন

উত্তৰঃ (খ) দুখন

১০. অসমত কেইখন ৰাজ্যিক বিশ্ববিদ্যালয় আছে ?

(ক) দহখন

(খ) পাঁচ খন

(গ) আঠ খন

উত্তৰঃ (গ) আঠ খন

১১. অসমত কেইখন বিশ্ববিদ্যালয় আছে ?

(ক) দুখন

(খ) তিনিখন

(গ) সাত খন

উত্তৰঃ (ক) দুখন

১২. অসমত কেইখন অভিযান্ত্ৰিক মহাবিদ্যালয় আছে ?

(ক) ছয় খন

(খ) পাঁচ খন

(গ) দুখন

উত্তৰঃ (গ) দুখন

১৩. অসমত কেইখন কৃষি বিশ্ববিদ্যালয় আছে ?

(ক) এখন

(খ) তিনিখন

(গ) চাৰি খন

উত্তৰঃ (ক) এখন

১৪. মানুহৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম কি ?

(ক) সুস্থ মন

(খ) সুস্থ শৰীৰ

(গ) খাদ্য

উত্তৰঃ (গ) খাদ্য

১৫. অসম খন কিহৰ বাবে বিখ্যাত ?

(ক) মানৱ সম্পদ

(খ) প্ৰাকৃতিক সম্পদৰ

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) প্ৰাকৃতিক সম্পদৰ

১৬. অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখ ক’ত অৱস্থিত ?

(ক) শিৱসাগৰ

(খ) শিলচৰ

(গ) তেজপুৰ

উত্তৰঃ (খ) শিলচৰ

১৭. সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয় ?

(ক) সুস্থ মনৰ

(খ) খাদ্য

(গ) পুষ্টিকৰ খাদ্য

উত্তৰঃ (গ) পুষ্টিকৰ খাদ্য

১৮. শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে কিহৰ প্ৰয়োজন ?

(ক) পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন

(খ) সুস্থ মনৰ আৰু খাদ্য

(গ) এটাও নহয়

উত্তৰঃ (ক) পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন

১৯. অধিক জনসংখ্যাই আমাৰ দেশৰ কি বাধাৰ সৃষ্টি কৰিছে ?

(ক) বাসস্থানৰ বাধাৰ সৃষ্টি কৰিছে

(খ) উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে

(গ) যাতায়তৰ বাধাৰ সৃষ্টি কৰিছে

উত্তৰঃ (খ) উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে

২০. শিক্ষাক্ষেত্ৰৰ উন্নয়ন অবিহনে মানৱ সম্পদৰ উন্নয়ন ?

(ক) অসম্ভৱ

(খ) সম্ভৱ

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) অসম্ভৱ