Class 8 Social Science Chapter 24 MCQs । আমাৰ মৌলিক কৰ্তব্য।

আমাৰ মৌলিক কৰ্তব্য

Chapter 24

(১) কিমান চনত আমাৰ জাতীয় পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পাইছিল ?

(ক) ১৯৫০ চনৰ ৪ জুলাইত

(খ) ১৯৪৭ চনৰ ৫ আগষ্টত

(গ) ১৯৪৭ চনৰ ২২ জুলাইত

উত্তৰঃ (গ) ১৯৪৭ চনৰ ২২ জুলাইত

(২) কিমান অনুপাতত ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয় ?

(ক) ৩:১

(খ) ৩:২

(গ) ৩:৩

উত্তৰঃ (খ) ৩:২

(৩) আমাৰ পতাকা খনত মুঠতে কেইটা ৰং আছে ?

(ক) ৫ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা

(৪) ৰং কেইটা কি কি ?

(ক) ৰঙা, নীলা, হালধীয়া

(খ) বগা, কমলা, সেউজীয়া

(গ) বগা, নীলা, সেউজীয়া

উত্তৰঃ (খ) বগা, কমলা, সেউজীয়া

(৫) অশোক স্তম্ভটোত কেইডাল দণ্ড আছে ?

(ক) ২০ ডাল

(খ) ২৪ ডাল

(গ) ২৫ ডাল

উত্তৰঃ (খ) ২৪ ডাল

(৬) অশোক স্তম্ভটো পতাকাখনৰ কোনটো ৰঙৰ মাজত থাকে ?

(ক) বগা ৰঙৰ মাজত

(খ) কমলা ৰঙৰ মাজত

(গ) সেউজীয়া ৰঙৰ মাজত

উত্তৰঃ (ক) বগা ৰঙৰ মাজত

(৭) মাতৃ দিৱস কিমান তাৰিখে পালন কৰা হয় ?

(ক) ৮ মে’

(খ) ৮ মাৰ্চ

(গ) ৮ এপ্ৰিল

উত্তৰঃ (ক) ৮ মে’

(৮) ৰাখী বন্ধনত কি কৰা হয় ?

(ক) ভাইতি-ভন্টিৰ লগত কাজিয়া কৰা হয়

(খ) ভাইতি-ভন্টিক ৰাখি পিন্ধোৱা হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ভাইতি-ভন্টিক ৰাখি পিন্ধোৱা হয়

(৯) আমাৰ ৰাষ্ট্ৰীয় সংগীত টোৰ নাম কি ?

(ক) ‘অ মোৰ আপোনাৰ দেশ’

(খ) জন- গণ- মন

(গ) বন্দে মাতৰম

উত্তৰঃ (খ) জন- গণ- মন

(১০) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ত গাব লাগে ?

(ক) ১ মিনিটত

(খ) ৫০ ছেকেণ্ডত

(গ) ৫২ ছেকেণ্ডত

উত্তৰঃ (গ) ৫২ ছেকেণ্ডত

(১১) আমাৰ জাতীয় সংগীতৰ নাম কি ?

(ক) অ মোৰ আপোনাৰ দেশ

(খ) বন্দে মাতৰম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অ মোৰ আপোনাৰ দেশ

(১২) কিমান চনৰ সংবিধান সংশোধনৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ বাবে দহবিধ মৌলিক কৰ্তব্যৰ কথা উল্লেোখ কৰিছে ?

(ক) ১৯৭৫ চনৰ মতে

(খ) ১৯৭৬ চনৰ মতে

(গ) ১৯৭৭ চনৰ মতে

উত্তৰঃ (খ) ১৯৭৬ চনৰ মতে

(১৩) আমাৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল ?

(ক) মহাত্মা গান্ধীয়ে

(খ) লক্ষ্মীনাথ বেজবৰুৱাই

(গ) তৰুণ ৰাম ফুকনে

উত্তৰঃ (খ) লক্ষ্মীনাথ বেজবৰুৱাই

(১৪) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল ?

(ক) পণ্ডিত জৱাহৰলাল নেহৰুৱে

(খ) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে

(১৫) আমাৰ দেশপ্ৰেমমূলক গীত সমূহ কি কি ?

(ক) অ মোৰ আপোনাৰ দেশ, বন্দে মাতৰম, জন-গণ-মন

(খ) তেজৰে কমলাপতি

(গ) মন হীৰা দৈ

উত্তৰঃ (ক) অ মোৰ আপোনাৰ দেশ, বন্দে মাতৰম, জন-গণ-মন