Class 9 Assamese Book Chapter 9 Short Answer | SEBA Class 9 Assamese Book Chapter 9 ভাৰতৰ বৈচিত্ৰ্য়ৰ মাজত ঐক্য় Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

ভাৰতৰ বৈচিত্ৰ্য়ৰ মাজত ঐক্য়

অধ্য়ায় ৯

(১) ড° হেমন্ত কুমাৰ শৰ্মা কোনখন গাঁৱত জন্ম  হৈছিল ?

উত্তৰঃ নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাঁৱত জন্ম হৈছিল ।

(২) কেনেধৰনৰ লোক সকলক আদিম অধিবাসী লোক বোলে ?

উত্তৰঃ প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বসবাসকৰিছিল,তেওঁলোকক আদিম অধিবাসী বোলে ।

(৩) দ্ৰাবিড়সকল পোনতে কোন অঞ্চলত বাস কৰিছিল ?

উত্তৰঃ পঞ্জাবত বাস কৰিছিল । 

(৪) আৰ্যসকলৰ হেঁচাত দ্ৰাবিড়সকল পঞ্জাবৰ পৰা ক’ৰ লৈ যাবলৈ বাধ্য় হ’ল ?

উত্তৰঃ দক্ষিণ ভাৰতলৈ যাবলৈ বাধ্য় হ’ল ।

(৫) ভাৰতবৰ্ষ এখন কি দেখ ?

উত্তৰঃভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য় ঐতিহ্য়পূৰ্ণ দেশ ।

(৬) কাৰ পৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য়, শূদ্ৰ বৰ্ণৰ সৃষ্টি হয় ?

উত্তৰঃ আৰ্য্য়সকলৰ পৰা সৃষ্টি হয় ।

(৭) পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য় কি ?

উত্তৰঃ ভাত ।

(৮) ভাৰতবৰ্ষলৈ অহা এটি সুপ্ৰাচীন মানৱ গোষ্ঠীটোৰ নাম কি ?

উত্তৰঃ দ্ৰাবিড়সকল ।

(৯) ভাৰতৰ বৈচিত্ৰ্য়ৰ মাজত ঐক্য় পাঠটোৰ লেখক কেন ?

উত্তৰঃ  ড° হেমন্ত কুমাৰ শৰ্মা ।

(১০) উত্তৰ, মধ্য় আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ কি ?

উত্তৰঃ ৰুটি । 

Type by- Mandira Saha . 

Post ID: DABP004578