LINES WRITTEN IN EARLY SPRING | Lesson 6 | Class 8 English Sankardev Question and Answer | Class 8 English Sankardev Suggestion | Class 8 English Sankardev Notes |

 LINES WRITTEN IN EARLY SPRING

Lesson: 6

Answer the following questions in your own words with close reference to the text:  1.What do you think were the “blended notes” which the poet heard ? 

(‘blending notes’ ৰ মানে কি বুজা?)

Ans: In this poem the poet appreciates nature. The phrase “blended notes” of nature might be the rhythmic and pleasant sounds produced by nature such as whistle of the wind, birds chirping, insects buzz, sound of water flowing in the streams etc.

(এই কবিতাটিত কবিয়ে প্ৰকৃতিক প্ৰশংসা কৰিছে৷’blending notes’ৰ অৰ্থ হ’ব পাৰে ছন্দযুক্ত সুমধুৰ প্ৰাকৃতিক ধ্বনিসমূহ যেনে বতাহৰ সুহুৰিৰ দৰে শব্দ,পক্ষীৰ কলকলনি,পোক পতংগৰ ভুনভুন,জুৰিয়ে বৈ যোৱা পানীৰ শব্দ আদি) 

2. Why does the poet lament at the condition of man? What is the condition that the poet talks about ?

(কবিয়ে মানুহৰ বৰ্তমানৰ অৱস্থাক লৈ কিয় দুখ কৰিছে?কবিয়ে কোৱা অৱস্থাটো কিশ)

Ans: The poet laments at the condition of man because while he was in the sweet mood created by nature also brought him a sad sense of man’s present condition. He wonders what man have done to man. Instead of enjoying times with nature,man involves in seeking earthly pleasures and harms each other.

(কবিয়ে মানুহৰ বৰ্তমান অৱস্থাক লৈ দুখ কৰাৰ কাৰণ হৈছে যে কবি প্ৰকৃতিৰ দ্বাৰা সৃষ্ট সুন্দৰ পৰিৱেশত আছে যি তেওঁক লগতে মানুহৰ অৱস্থাৰ বিষয়েও চিন্তিত কৰি তুলিছে৷তেওঁ মানুহে মানুহৰ যি অৱস্থা কৰিছে সেয়া ভাবি আচৰিত হয়৷প্ৰকৃতিৰ সৌন্দৰ্যবোধ কৰাৰ সলনি মানুহে সম্পত্তিৰ পাছত দৌৰিছে,যুদ্ধত লিপ্ত হৈছে)

3. In your own words describe the aspects of nature presented in the third, fourth, and fifth stanzas.

(তৃতীয়,চতুৰ্থ আৰু পঞ্চম খণ্ডত থকা প্ৰাকৃতিক উপাদানবোৰৰ বিষয়ে নিজৰ ভাষাত লিখা)

Ans: There are a lot of natural aspects that the poet presented in the poem. In the third stanza he talks about a green bower with primrose tufts, wreths of periwinkle, blooming flowers and fresh air. In the fourth stanza he talks about playing birds and their motion. In the fifth stanza he says about budding twigs and breezy air.

(কবিতাটিত অনেক প্ৰাকৃতিক উপাদানৰ উল্লেখ আছে৷ তৃতীয় খণ্ডটোত তেওঁ এটা সেউজীয়া জিৰণি কোঠাৰ কথা কৈছে য’ত থোপাথোপে প্ৰিমৰ’জ ফুলি আছে,নয়নতৰাৰ মালা,ফুল,বিশুদ্ধ বতাহ আদি৷চতুৰ্থ খণ্ডটোত তেওঁ উৰি ফুৰি ধেমালি কৰি থকা চৰাইবোৰৰ কথা কৈছে৷পঞ্চম খণ্ডত তেওঁ মৃদু বতাহ আৰু কলি মেলা ডালৰ কথা কৈছে৷)

4. From your reading of the poem what do you understand by “Nature’s holy plan” ? 

(কবিতাটি পঢ়ি ‘nature holy plan’ মানে কি বুজিলা?)

Ans: The poet is mesmerised by the beauty of nature and its objects. He sees beautiful primrose flowers. The speaker observes the birds which sing and hop around him; he is in awe of these creatures. Though the speaker does not understand their language and ways, he does recognize that the birds’ are creating all these movements out of sheer pleasure and joy. The breeze flowing is sweet and light, the twigs are spreading out as if to catch the sweet air and all the speaker can do is gather pleasure in their existence. These things he considers as ‘Nature’s holy plan”.While enjoying the nature he also gets involved with the sorrowful thought that instead of appreciating the nature man are engaged in cruelty and war.

(কবি প্ৰকৃতি আৰু ইয়াৰ উপাদানবোৰৰ দ্বাৰা বিমুগ্ধ হৈ পৰিছে৷তেওঁ সুন্দৰ প্ৰিমৰ’জবোৰ দেখিছে৷কবিযে তেওঁৰ চাৰিওফালে আনন্দেৰে ঘূৰি ফুৰা চৰাইবোৰ দেখি বিভোৰ হৈ পৰিছে৷যদিও তেওঁ সিহঁতৰ ভাষাবোৰ বুজি পোৱা নাই তথাপিও তেওঁ অনুমান কৰাব পাৰিছে যে সিহঁতে এই সকলোবোৰ আনন্দ ফুৰ্তিৰ প্ৰকাশৰ বাবেই কৰিছে৷মৃদু বতাহজাক বৈছে আৰু কলিবোৰ ইমানেই বহলকৈ মেল খাই পৰিছে যেন সিহঁতে বতাহবোৰ ধৰি ৰখাৰ হে প্ৰয়াস কৰিছে৷এই সকলোবোৰ বস্তু তেওঁ প্ৰকৃতিৰ মহান কাম বুলি গণ্য কৰিছে৷এই সকলোবোৰ অনুভৱৰ মাজতে তেওঁ এটা দুখত সোমাই পৰিছে যে প্ৰকৃতিক প্ৰশংসা এৰি মানুহে যুদ্ধ বিগ্ৰহত লিপ্ত হৈছে)

5.What does the poet observe in nature, when he looks around him?

(কবিয়ে নিজৰ চাৰিওফালে কি লক্ষ্য কৰিছে?)

Ans: The poet observes various natural objects when he looks around him.First he hears sweet voices of nature.Then he  sees blooming primroses and wreth of periwinkles,pretty blooming flowers and fresh air. He also notices playing and chirping birds thoigh he could not understand their language.He sees twigs budding widely spread and feels refreshing breezes.

(কবিয়ে নিজৰ চাৰিওপাশে বিভিন্ন প্ৰাকৃতিক উপাদান লক্ষ্য কৰিছে৷প্ৰথমে তেওঁ সুমধুৰ প্ৰাকৃতিক ধ্বনি শুনিছে৷তাৰ পাছত তেওঁ থোপাথোপে ফুলি থকা প্ৰিমৰ’জ ফুল নয়নতৰাৰ মালা,ফুল,বিশুদ্ধ বতাহ আদি দেখিছে৷তেওঁ লগতে কলকলাই থকা পক্ষীবোৰ দেখিছে যদিও সিহঁতৰ ভাষা তেওঁ বুজি পোৱা নাই৷তেওঁ বহলকৈ মেল খাই থকা সৰু ডালবোৰ চাইছে আৰু বিশুদ্ধ বতাহ অনুভৱ কৰিছে)

Himadri Bora

(M.A in English)

Post ID : DABP002797