Sankardev Class 7 Social Science Chapter 1 ভূপৃষ্ঠৰ সময় গণনা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 ভূপৃষ্ঠৰ সময় গণনা

অধ্যায় – ১ 

১। দ্ৰাঘিমা ৰেখা কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী যিবোৰ অৰ্দ্ধবৃ্ত্ত কল্পনা কৰা হয় সেইবোৰ ৰেখাকে দ্ৰাঘিমা ৰেখা বোলে।

২।গোলক এটাৰ কি নাথাকে?

উত্তৰঃ চকু-কোন নাথাকে। 

৩। অক্ষ ৰেখা কাক বোলে?

উত্তৰঃ দক্ষিমা ৰেখাবোৰক সমকোণত কটাকৈ পূবা-পশ্বিমাকৈ যিবোৰ বৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় সেইবোৰক অক্ষ ৰেখা বোলে।

৪। অক্ষাংশ মানে কি?’

উত্তৰঃ অক্ষাংশ মানে পৃথিৱীৰ উত্তৰ বা দক্ষিণ কোনো এখন ঠাইৰ পৃথিৱীৰ কেন্দ্ৰ কৰি বিষুব তলৰ লগত হোৱা কোণিক দূৰত্ব।

৫। পৃথিৱীৰ সময় গণনাত কেইটা সময় মানি লোৱা হয় সেইকেইটা কি কি?

উত্তৰঃ দুটা সময় মানি লোৱা হয় সেইকেইটা হ’ল স্থানীয় সময় আৰু মান সময়।

৬। ভাৰতত যদি ১২ বাজে তেতিয়া ইংলেণ্ডত কিমান সময় হব?

উত্তৰঃ ইংলেণ্ডত পুৱা ৬ বাজি ৩০ মিনিট হ’ব।

৭। স্থানীয় সময় কাক বোলে?

উত্তৰঃ এডাল দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইসমূহৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি এটা সময় নিৰূপণ কৰা হয়। তাতে স্থানীয় সময় বোলে।

৮। ভাৰতবৰ্ষত এলাহাবাদৰ স্থানীয় সময়ত কি বুলি কোৱা হয়?

উত্তৰঃ দেশখনৰ মান সময় বুলি কোৱা হয়।

৯। গ্ৰীনউইচৰ মাজেদি যোৱা দ্ৰাঘিমা ৰেখাডালৰ মান কিমান?

উত্তৰঃ দ্ৰাঘিমা ৰেখাডালৰ মান হল ০°। 

১০। ভূপৃষ্ঠৰ কোনো এখন ঠাইত অৱস্থিতি জনাৰ বাবে কেইপ্ৰকাৰৰ কাল্পনিক ৰেখাৰ সহায় কৰে?

উত্তৰঃ দুই প্ৰকাৰৰ কাল্পনিক ৰেখাৰ সহায় কৰে।

১১। ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান ঘন্টা আগবঢ়া?

উত্তৰঃ ৫ ঘন্টা ৩০ মিনিট আগবঢ়া।

১২। দ্ৰাঘিমা ৰেখাবোৰৰ কি সমান?

উত্তৰঃ দৈঘ্য সমান।

১৩। পৃথিৱীৰ আকৃতি কেনেকুৱা?

উত্তৰঃ গেলাকাৰ।

১৪। উত্তৰ আৰু দক্ষিণলৈ ত্ৰুমে চুটি হৈ হৈ মেৰু অঞ্চলত একোতা বিন্দ হৈছেগৈ সেই ৰেখাডালৰ নাম কি?

উত্তৰঃ অক্ষ ৰেখা।

১৫। অক্ষ ৰেখাডালৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ৰেখাডালৰ দৈৰ্ঘ্য ৪০,০৭৫।

১৬। অক্ষ ৰেখাডাল কিমান মাইল?

উত্তৰঃ ২৪,৯০১ মাইল।  

১৭। দুখন ঠাইৰ মাজত সময়ৰ পাৰ্থক্য কিমান ঘন্টা?

উত্তৰঃ ৩ ঘন্টা।   

১৮। ০° দ্ৰাঘিমাংশৰ পাৰ্থক্যত সময়ত পাৰ্থক্য কিমান মিনিট?

উত্তৰঃ ৪ মিনিট।     

১৯। গুৱাহাটীৰ সময়তকৈ কোনো এখন ঠানৰ স্থানীয় সময় কিমান মিনিট আগবঢ়া?

উত্তৰঃ ৩৫ মিনিত।        

২০। ১ ঘন্টা সময়ৰ পাৰ্থক্য হ’লে দ্ৰাঘিমাংশৰ পাৰ্থক্য কিমান?

উত্তৰঃ ১৫°।   

Type Susmita Kakati 

Post ID: DABP004291