Class 8 Assamese Book Chapter 2 | Class 8 Assamese Sankardev Chapter 2 বৰ লোকৰ চৰিত্ৰ অধ্যয়ণShort Question Answer |

১। আজিকালি কিহৰ চৰ্চা চলিছে?

ক)বৰগীত

খ)বিদ্যা

গ)বাহিৰা

উত্তৰঃখ)বিদ্যা

২। উদগতি কৰিবলৈ মানুহক আদিতে এটা কি পথ লাগে?

ক)সুগম

খ)বিদ্য়াৰ

গ)চৰিত্ৰৰ

উত্তৰঃক)সুগম

৩। যি পুঠি পঢ়িলে সুগম পথ পোৱা যায় তেনে পুঠি পঢ়িলে কি হ’য়?

ক)উপকাৰ

খ)অপকাৰ

গ)উদগতি

উত্তৰঃগ)উদগতি

৪। কিমান চনত সত্যনাথ বৰাৰ জন্ম হ’য়?

ক)১৮৬০ চনত

খ)১৭৭৫ চনত

গ)১৬৫৫ চনত

উত্তৰঃক)১৮৬০চনত

৫। কিমান চনত সত্যনাথ বৰুৱা বি.এল. পৰীক্ষাত উত্তীৰ্ণ হ’য়?

ক)১৮৬০ চনত

খ)১৮৮৯চনত

গ)১৮৯০ চনত

উত্তৰঃখ)১৮৮৯ চনত

৬। ‘বহল ব্যাকৰণ’ খন কোনে লিখিছিল?

ক)মিত্ৰদেৱ মহন্ত।

খ)সত্যনাথ বৰা।

গ)হেমচন্দ্ৰ বৰুৱা।

উত্তৰঃখ)সত্যনাথ বৰা।

৭। তলৰ কোনখন গ্ৰন্থ সত্যনাথ বৰাই লিখিছিল?

ক)সাহিত্য বিচাৰ

খ)আকাশ ৰহস্য মুণি।

গ)সাৰথি

উত্তৰঃখসাহিত্য় বিচাৰ

৮। বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ কি পোৱা নাযায়?

ক)সুুগম

খ)ফল

গ)ঐশ্বয্য়

উত্তৰঃখ)ফল

৯। কিছুদিন সত্যনাথ বৰাই কটন কলেজত কি কৰিছিল?

ক)শিক্ষকতা

খ)অধ্য়াপনা

গ)ওপৰৰ গোটেইকেইটা

উত্তৰঃখ)অধ্য়াপনা

১০। সত্যনাথ বৰুৱা ক’ত জন্ম হৈছিল?

ক)তেজপুৰত

খ)গুৱাহাটী ভৰলুমুখত

গ)কলিকতাত

উত্তৰঃখ)গুৱাহাটী ভৰলুমুখত

১১। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা।

ক)শুদ্ধ।

খ)অশুদ্ধ।

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)শুদ্ধ।

১২। উদগতিৰ বাঞ্জা কি হ’ব লাগে?

ক)থিৰ।

খ)ইচ্ছা

গ)অভিলাস

উত্তৰঃক)থিৰ।

১৩। উদণ্ড বাঞ্জাকেই ওপৰত আশংকা বোলা হৈছে?

ক)হয়

খ)নহয়

গ)ওপৰৰ এটাও নহয়।

উত্তৰঃক)হয়।

১৪। সত্যনাথ বৰা কিমান চনত দেহাৱসাত ঘটে?

ক)১৯২৫ চনৰ ১৩ ডিচেম্বৰত

খ)১৯২৬ চনৰ ১৩ ডিচেম্বৰত

গ)১৯২৭ চনৰ ২৩ ডিচেম্বৰত

উত্তৰঃক)১৯২৫ চনৰ ১৩ ডিচেম্বৰত

১৫। সত্যনাথ বৰুৱা কিমান বছৰৰ বয়সত মৃত্যু হয়?

ক)৬৮

খ)৬৪

গ)৬৫

উত্তৰঃগ)৬৫