Sankerdev Bidyalay Class 8 Assamese Question And Answer | Class 8 Assamese Chapter No 5 মাতৃ পূজাত মোমাই বলি ।।MCQs Question And Answer | 

১। নাটক একোটা কিহত প্ৰয়োজনীয় সামগ্ৰী?

ক)ৰভাঘৰ

খ)দৃশ্যত

গ)টেবুল চকী।

উত্তৰঃখ)দৃশ্য়ত

২। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

ক)১৬১৬

খ)১৬৭১

গ)১৬৭৩

উত্তৰঃখ)১৬৭১

৩। কিমান চনত লাচিত বৰফুকণৰ জন্ম হৈছিল?

ক)১৬১২

খ)১৬৩২

গ)১৬১৬

উত্তৰঃক)১৬১২

৪। অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম কেতিয়া হৈছিল?

ক)১৯০৯

খ)১৯০৬

গ)১৮৯০

উত্তৰঃখ)১৯০৬

৫। অতুল চন্দ্ৰ হাজৰিকা কিমান চনত অসম সাহিত্য সবাৰ সভাপতি আছিল?

ক)১৯৫৯

খ)১৯৯০

গ)১৯৫৮

উত্তঃক)১৯৫৯

৬। অতুল চন্দ্ৰ হাজৰিকা দেৱে কবিটা পুথি এখনৰ নাম লিখা।

ক)সাবিত্ৰী

খ)দিপালী

গ)মঞ্চলেখা

উত্তৰঃখ)দিপালী

৭। মুকুতা মণি কবিটা পুথি খন কিমান চনত ৰচনা কৰিছিল?

ক)১৯৪০

খ)১৯৫৫

গ)১৯৫৩

উত্তৰঃখ)১৯৫৫

৮। অতুল চন্দ্ৰ হাজৰিকা দেৱে নাটক কেইখন লিখিছিল?

ক)৭খন

খ)৯খন

গ)১২ খন

উত্তৰঃগ)১২ খন

৯। অতুল চন্দ্ৰ হাজৰিকাৰ ইংৰাজী পুথি কেইখন?

ক)২খন

খ)৪খন

গ)৫খন

উত্তৰঃক)২খন

১০। ব্ৰজনাথ শৰ্মা জন্ম কেতিয়া হৈছিল?

ক)১৮৯৮ চনত

খ)১৮৯৯ চনত

গ)১৯৯০ চনত

উত্তৰঃ ক)১৮৯৮ চনত

১১। অতুল চন্দ্ৰ হাজৰিকাই টিকেন্দ্ৰজিত নাটক কিমান চনত ৰচনা কৰে?

ক)১৯৫৯ চনত

খ)১৯৫৫ চনত

গ)১৯৯০ চনত

উত্তৰঃক)১৯৫৯ চনত

১২। হাজৰিকা দেৱৰ কিমান চনত মৃত্যু হ’য়?

ক)১৯৬৭ চনত

খ)১৯৬৫ চনত

গ)১৯৮৬ চনত

উত্তৰঃগ)১৯৮৬ চনত।

১৩। হাজৰিকাদেৱে কিমান চনত গুবাহাটীৰ পৰা প্ৰকাশিত ‘বাঁহী’ ‘চিত্ৰদাস’ ছদ্মনাম লৈ বহুতো কবিতা প্ৰকাশ কৰে?

ক)১৯৭৮-৮০

খ)১৯৩৮-৩৫

গ)১৭৬৮-৭০

উত্তৰঃখ)১৯৩৮-৩৫

১৪। মাতৃপূজাত মোমাই বলি পাঠটি কোনে ৰচনা কৰিছিল?

ক)অতুল চন্দ্ৰ বৰুৱা

খ)মিত্ৰদেৱ মহন্ত

গ)অতুল চন্দ্ৰ হাজৰিকা

উত্তৰঃগ)অতুল চন্দ্ৰ হাজৰিকা

১৫। অতুল চন্দ্ৰ হাজৰিকাক কি ৰূপে আখ্যা দিয়া হৈছে?

ক)শিশু সাহিত্যিক

খ)কবিতা পুথি লিখক

গ)লেখক

উত্তৰঃক)শিশু সাহিত্যিক