SEBA Class 12 Unit 2 Chapter 2 Advanced Assamese মাধৱদেৱ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মাধৱদেৱ

গোট-২ পাঠ ২

১। লক্ষ্মীধৰ শৰ্মা ১৮৯৭ চনৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মা ১৮৯৭ চনৰ শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ভীৰ গাঁৱত জন্ম হৈছিল ।

২। লক্ষ্মীধৰ শৰ্মা কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মা ১৮৯৭ চনত জন্ম হৈছিল ।

৩। মাধৱদেৱ গদ্য়টো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ  মাধৱদেৱ গদ্য়টো লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰিছিল ।

৪। কিমান চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা লক্ষ্মীধৰ শৰ্মাই অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?

উত্তৰঃ ১৯১৬ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা লক্ষ্মীধৰ শৰ্মাই অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।

৫। উদ্দীপনা শব্দৰ অৰ্থ কি ?

উত্তৰঃ উদ্দীপনা শব্দৰ অৰ্থ হ’ল মনত আশাৰ ভাব জগাই দিয়া কাৰ্য ।

৬। কলিকতালৈ গৈ কিমান চনত লক্ষ্মীধৰ শৰ্মাই ভাৰতীয় ভাষা আৰু সাহিত্য় বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম এ পৰীক্ষাত উত্তীৰ্ণ হয় ?

উত্তৰঃ কলিকতালৈ গৈ ১৯২৪ চনত লক্ষ্মীধৰ শৰ্মাই ভাৰতীয় ভাষা আৰু সাহিত্য় বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম এ পৰীক্ষাত উত্তীৰ্ণ হয়।

৭। অসমীয়া কোন জগতত শঙ্কৰ আৰু মাধৱৰ মিলন হৈছিল ?

উত্তৰঃ অসমীয়া বৈষ্ণৱ জগতত শঙ্কৰ আৰু মাধৱৰ মিলন হৈছিল ।

৮। ধী-শক্তি শব্দৰ অৰ্থ কি ?

উত্তৰঃ ধী-শক্তি শব্দৰ অৰ্থ হ’ল বুদ্ধি বা মেধাৰ ক্ষমতা ।

৯। লক্ষ্মীধৰ শৰ্মাই প্ৰথমতে গুৱাহাটীত আৰু পিছত তেজপুৰত ওকালতিৰে কি জীৱন আৰম্ভ কৰে ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই প্ৰথমতে গুৱাহাটীত আৰু পিছত তেজপুৰত ওকালতিৰে কৰ্মজীৱণ আৰম্ভ কৰে।

১০। লক্ষ্মীধৰ শৰ্মাৰ কিমান চনত মৃত্য়ু হৈছিল ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাৰ ১৯৩৪ চনত মৃত্য়ু হৈছিল ।

১১। গল্প, নাটক আৰু তত্ত্বগধুৰ প্ৰবন্ধ-পাতি কোনে ৰচনা কৰিছিল ?

উত্তৰঃগল্প, নাটক আৰু তত্ত্বগধুৰ প্ৰবন্ধ-পাতিলক্ষ্মীধৰ শৰ্মাই ৰচনা কৰিছিল ।

১২। লক্ষ্মীধৰ শৰ্মাই ১৯৩৪ চনৰ কোন ঠাইত মৃত্য়ু হৈছিল ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই ১৯৩৪ চনৰ শ্বিলঙত মৃত্য়ু হৈছিল ।

১৩। বিশ্বনাথ চাৰিআলিৰ ভীৰ গাঁৱৰ কোন জিলাত অৱস্থিত ?

উত্তৰঃ বিশ্বনাথ চাৰিআলিৰ ভীৰ গাঁৱৰ শোণিতপুৰ জিলাত অৱস্থিত ।

১৪। লক্ষ্মীধৰ শৰ্মাই এম এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু প্ৰায় একে সময়তে কি পৰীক্ষাত উত্তীৰ্ণ হয় ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই এম এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু প্ৰায় একে সময়তে বি এল পৰীক্ষাত উত্তীৰ্ণ হয় ।

১৫। লক্ষ্মীধৰ শৰ্মাই কটন কলেজৰ পৰা কিমান চনত বি এ পাছ কৰে ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই কটন কলেজৰ পৰা ১৯২০ চনত বি এ পাছ কৰে । 

১৬। অনাগতৰ অভিশাপ গল্পটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ অনাগতৰ অভিশাপ গল্পটো লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰিছিল ।

১৭। লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা জীৱন স্মৃতি খন কি ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা জীৱন স্মৃতি এখন আত্মজীৱনীমূলক ।

১৮। কোনে পৰ্বতৰ গুহাত বন্য় ফল-মূল আৰু কেঁচা মঙহ খাই পশুৰ দৰে জীৱন ধাৰণা কৰিছিল ?

উত্তৰঃ মানুহে পৰ্বতৰ গুহাত বন্য় ফল-মূল আৰু কেঁচা মঙহ খাই পশুৰ দৰে জীৱন ধাৰণা কৰিছিল ।

১৯। লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম কি ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম হ’ল নিৰ্মলা ।

২০। লক্ষ্মীধৰ শৰ্মা এগৰাকী কি মনৰ আছিল ?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মা এগৰাকী প্ৰগতিশীল মনৰ আছিল ।

Type By Chandana Bora

Check: Himashree Bora.

Post ID: DABP004290