ওপৰে ষোল্ল বীৰ তলে ষোল্ল বীৰ,মাজত পাতাললৈ যোৱা বাট,যিজনে কৰিছে পাতাল প্ৰৱেশ,মৰিছে বীৰৰ চেপাত ?

উত্তৰঃ দাঁত