কঁকাল খামুচিয়া নাচনি,খোজটো দিছে খৰ । দিখৌ মুখত দেখিছো,জাজী মুখত ঘৰ ?

উত্তৰঃ পৰুৱা