গুৱাহাটী আৰু দিচপুৰ একে নেকি?

দিচপুৰ হৈছে গুৱাহাটীৰ এক উপ-নগৰীয় অঞ্চল। ইয়াৰ পূৰ্বে শ্বিলং আছিল অসমৰ ৰাজধানী। পিছলৈ যেতিয়া মেঘালয় অসমৰ পৰা নিৰ্মাণ কৰা হয়, শ্বিলং মেঘালয়ৰ ৰাজধানী হয়, আৰু ১৯৭৩ চনত দিচপুৰ ক অসমৰ ৰাজধানী কৰা হয়।