জনকৰ আজ্ঞা পাই কোন যোগীবৰে, জননী মস্তক কাটে পৃথিৱীৰ উপৰে ।মিছা নহয় সঁচা কথা শাস্ত্ৰ চোৱা, নামটোনো কি তেওঁৰ ভাবি গুণি কোঁৱা ?

উত্তৰঃপৰশুৰাম ।